ETV Bharat / state

ডাঃ ভূমিধৰ বৰ্মনলৈ শেষ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

author img

By

Published : Apr 20, 2021, 3:12 PM IST

পঞ্চভূতত বিলীন হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰদেহ ৷ মঙলবাৰে সদ্য প্ৰয়াত ডাঃ বৰ্মনৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন অনুষ্ঠানত উপস্থিত থাকি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মনলৈ শেষ শ্ৰদ্ধাঞ্জলি সোণোৱালৰ

নলবাৰী,20 এপ্ৰিল: পঞ্চভূতত বিলীন হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰদেহ ৷ মঙলবাৰে সদ্য প্ৰয়াত ডাঃ বৰ্মনৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন অনুষ্ঠানত উপস্থিত থাকি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ডাঃ ভূমিধৰ বৰ্মনলৈ শেষ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

ডাঃ ভূমিধৰ বৰ্মনৰ শেষকৃত্য সম্পন্ন হয় বেলশৰ শিঙিমাৰীস্থিত ভকত পুখুৰীপাৰত ৷ ইতিমধ্যে উক্ত স্থানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কংগ্ৰেছৰ কেইবাজনো শীৰ্ষ নেতা আৰু শতাধিক গুণমুগ্ধ উপস্থিত হৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

লগতে পঢ়ক: অশোকাষ্টমীত স্নান কৰা মহিলা ভক্ত ক’ভিডত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.