ETV Bharat / state

নলবাৰী আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ

author img

By

Published : Jun 24, 2019, 4:44 PM IST

মানৱ অধিকাৰ উলংঘনৰ অভিযোগ নলবাৰী আৰক্ষীৰ বিৰুদ্ধে ৷ সামান্য অজুহাততে ৰোগীসহ ৰাজপথতে বাহন আৱদ্ধ কৰি ৰাখিলে নলবাৰী আৰক্ষীয়ে ৷

নলবাৰী আৰক্ষী আৰু বিজেপি নেতা

হাজো, 24 জুন : নলবাৰী আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে মানৱ অধিকাৰ উলংঘনৰ গুৰুতৰ অভিযোগ ৷ নলবাৰী আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ হাজো মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক ৰমেশ কলিতাৰ ৷ এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে আৰক্ষী আৰু এজন বিজেপিৰ নেতাৰ মাজত সূত্ৰপাত হৈছিল সংঘাতৰ ৷ তদন্তকাৰী যান-বাহন আৰক্ষীৰ বিষয়াক প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ ভয় দেখুওৱাৰ অভিযোগ উত্থাপন হৈছিল হাজো মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক ৰমেশ কলিতাৰ বিৰুদ্ধে ৷

নলবাৰী আৰক্ষী আৰু বিজেপি নেতা

পিছে এইবাৰ ঘটনাই লৈছে নতুন মোৰ ৷ এইবাৰ আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰ খৰ্ব কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰমেশ কলিতাই ৷ তেখেতৰ অভিযোগ অনুসৰি, পত্নীৰ অসুস্থতাৰ বাবে জৰুৰীকালীন অৱস্থাত নলবাৰীৰ এখন চিকিৎসালয়ত গৈ থকা অৱস্থাত এখন বাইকৰ সৈতে সামান্য দুৰ্ঘটনা সংঘটিত হয় । যিটো দুৰ্ঘটনাত কোনো ক্ষয় ক্ষতি হোৱা নাছিল ৷ কিন্তু গাড়ীত পত্নী অসুস্থ হৈ থকাৰ পিছতো ৩ ঘণ্টা সময় বাক্-বিতণ্ডা কৰি ৰাজপথতে ৰখাই থোৱাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ৷ ইমানেই নহয়, যান-বাহন আৰক্ষীক টকা নিদিয়া বাবেই পৰিয়ালটোক হাৰাশাস্তি কৰাৰ অভিযোগ নেতাগৰাকীৰ । তাৎপৰ্যপূৰ্ণ যে, নলবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে চিকিৎসালয়লৈ গৈ গাড়ী জ্বলাই দিয়াৰ ভাবুকি দিয়া বুলি জানিবলৈ দিয়ে হাজো মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক ৰমেশ কলিতাই ৷

নলবাৰী আৰক্ষী আৰু বিজেপি নেতা

আকৌ পঢ়ক - কোনো ক্ৰিকেটাৰেই বলাৰ হ'ব নোখোজেঃ আশ্বিন

VISUALS SEND BY FTP

Slug- HAJO- NALBARI POLICE MONEY DEMAND
নলবাৰী আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰ সৰ্বৰ অভিযোগ BJP নেতাৰ

Script- নলবাৰী আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰ সৰ্বৰ অভিযোগ হাজোৰ BJP নেতাৰ। এইজন হাজো মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক ৰমেশ কলিতা। কলিতাৰ পত্নীৰ অসুস্থতাৰ বাবে জৰুকালীন অৱস্থাত নলবাৰীৰ এখন চিকিৎসালয়ত গৈ থকা অৱস্থাত এখন বাইকৰ সৈতে সামান্য দুৰ্ঘটনা সংঘটিত হয়। যিটো দুৰ্ঘটনাত কোনো ক্ষয় ক্ষতি হোৱা নাছিল গাড়ী অথবা আৰোহিৰ। দুৰ্ঘটনা হোৱা দুই খন গাড়ীৰ আৰোহিৰ মাজত মীমাংসা হল। সেইখিনি সময়তে এজন যান বাহন শাখাৰ আৰক্ষীয়ে BJP হাজো মণ্ডলৰ সম্পাদক ৰমেশ কলিতাৰ গাড়ীৰ নম্বৰ টুকি লৈ পিচ লয়। চিকিৎসালয়লৈ গৈ থকা অৱস্থাত আগবাটত আগভেটা নলবাৰী আৰক্ষীৰ। যাব নিদিয়ে গাড়ী। থানালৈ লৈ যাব লাগে গাড়ী খন। ৰমেশ কলিতাৰ কাতৰ অনুৰোধ পত্নীক জৰুৰী ভাবে চিকিৎসালয়ত ভৰ্তি কৰি থানালৈ যোৱাৰ প্ৰতিশ্ৰুতি দিলে আৰক্ষীয়ে নামানে। আৰক্ষীক ৰমেশ কলিতাই উলিয়াই দিলে লাইচেন্স খন পুনৰ প্ৰতিশ্ৰুতি দিলে পত্নীৰ চিকিৎসা কৰাই যাব থানালৈ আৰক্ষীয়ে নামানে। টকাৰ শকত বলিয়া নলবাৰী যান বাহন আৰক্ষীক লাগে টকা । টকা নিদিয়া বাবেই ৰমেশ কলিতাৰ পৰিয়ালটোক হাৰাশাস্তি। গাড়ীত পত্নী অসুস্থ হৈ থকাৰ পিছতো ৩ ঘণ্টা সময় বাক বিতন্দা কৰি ৰাজপথত ৰখাই থলে। কাতৰ অনুৰোধেৰে অসুস্থ পত্নীক ভৰ্তি কৰোৱা হল চিকিৎসালয় পুনৰ গাড়ী নিবলৈ হস্পিতালত হাজিৰ নলবাৰী সদৰ থানাৰ OC। OC য়ে গাড়ী জ্বলাই দিয়াৰ ভাবুকি দিলে। ক্ষমতাৰ শকত টকাৰ লোভত বলিয়া নলবাৰী আৰক্ষীৰ বিৰুদ্ধে এতিয়া পৰিয়ালতো কাষ চাপিব মানৱ অধিকাৰ আয়োগৰ। আৰক্ষী দায়বদ্ধতা আয়োগত গোচৰ দিয়াৰ কথা সদৰী কৰিলে ৰমেশ কলিতাই। যিটো দুৰ্ঘটনাৰ অভিযোগত পৰিয়ালটোক চূড়ান্ত ভাবে হাৰাশাস্তি কৰিলে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.