ETV Bharat / state

নলবাৰীত ড৹ হীৰেন গোঁহাইৰ বিৰুদ্ধে এজাহাৰ দাখিল

শুকুৰবাৰে বিশিষ্ট শিক্ষাবিদ ড৹ হীৰেন গোহাঁইৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিয়ে ৷ ছাত্ৰ নেতা শ্বাৰ্জিল ইমামক সমৰ্থনত মন্তব্য কৰাৰ বাবেই এজাহাৰ দাখিল কৰে সংগঠনটোৱে ৷

হীৰেন গোঁহাই
নলবাৰীত ড৹ হীৰেন গোঁহাইৰ বিৰুদ্ধে এজাহাৰ দাখিল
author img

By

Published : Feb 1, 2020, 8:52 AM IST

Updated : Feb 1, 2020, 9:56 AM IST

নলবাৰী, 1 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে বুদ্ধিজীৱি হীৰেন গোহাঁইৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিয়ে । জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ শ্বাৰ্জিল ইমামে ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰা আৰু সাম্প্ৰদায়িক মন্তব্য কৰাত বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে ছাত্ৰজনক সমৰ্থন কৰা কাৰ্যত ক্ষোভিত হৈ পৰে সংগঠনটোৰ নেতা কৰ্মী ৷ ফলত বুদ্ধিজীৱিগৰাকীৰ গ্ৰেপ্তাৰৰ দাৱীত সংগঠনটোৱে এজাহাৰ দাখিল কৰে নলবাৰী সদৰ থানাত ।

নলবাৰীত হীৰেন গোঁহাইৰ বিৰুদ্ধে এজাহাৰ দাখিল

উল্লেখ্য যে, CAA বিৰোধীতাৰে আলিগড় জামিয়া-মিলিয়া বিশ্ববিদ্যালয়ত বিতৰ্কিত মন্তব্য কৰি চৰকাৰ তথা ৰাইজৰ ৰোষত পৰিছিল ছাত্ৰ নেতা শ্বাৰ্জিল ইমাম ৷ JNU ত বৰ্তমানেও অধ্যয়নৰত ইমামৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাচতে ৰাষ্ট্ৰদ্ৰোহৰ উপৰিও আন বহু অভিযোগ উত্থাপিত হৈছিল ছাত্ৰ জনৰ বিৰুদ্ধে ৷

আৰু পঢ়কঃ শুৱালকুছিত আৰম্ভ সাহিত্যৰ মহা উৎসৱ

Intro:ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাইৰ বিৰুদ্ধে এজাহাৰ দাখিল।

Body:বুদ্ধি জীৱি হীৰেন গোহাঁইৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিয়ে।জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্র ছাৰ্জিল ইমামে ভাৰতৰ পৰা অসমক বিছিন্ন কৰা আৰু সাম্প্ৰদায়িক মন্তব্য কৰাত বিশিষ্ট বুদ্ধিজীৱী গৰাকীয়ে সপক্ষে সমৰ্থন কৰা কাৰ্য্যত ক্ষোভিত হৈ গ্ৰেপ্তাৰৰ দাৱীত সংগঠনটোৱে এজাহাৰ দাখিল কৰে আজি সন্ধিয়া নলবাৰী সদৰ থানাত।

Conclusion:বাইট নিৰ্মল দাস,সংযোজক,হিন্দু ক্ৰান্তি দল,নলবাৰী।

কৈলাস ডেকা, নলবাৰী।
Last Updated : Feb 1, 2020, 9:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.