ETV Bharat / state

নলবাৰীৰ মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ত নাই কৰ'ণা আক্ৰান্ত ব্যক্তি - undefined

নলবাৰীৰ জিলাৰ মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ত নাই এজনো কৰ'ণা আক্ৰান্ত ব্যক্তি । কাৰ্যালয়টোৰ কৰ্মচাৰীসকলক কৰ'ণা টেষ্ট কৰা হয় যদিও বিভাগটোৰ এজনো কৰ্মচাৰীৰ দেহত লাভ নকৰিলে কৰ'ণাৰ অৱস্থিতি ৷ যাৰ বাবে বিভাগটোৰ কৰ্মচাৰীসকলে প্ৰশংসা বুটলিছে জিলা উপায়ুক্ত পূৰবী কোৱৰে ৷

নলবাৰী
নলবাৰীৰ মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ত নাই কৰ'ণা আক্ৰান্ত ব্যক্তি
author img

By

Published : Aug 7, 2020, 1:31 PM IST

নলবাৰী, 7 আগষ্টঃ ৰাজ্যৰ সমান্তৰালকৈ নলবাৰীতো বৃদ্ধি পাইছে মহামাৰী কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ নলবাৰীৰ আৰক্ষী প্ৰশাসনিক লোকৰ পৰা আৰম্ভ কৰি চিকিৎসক সাধাৰণ লোক,বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ দেহত ধৰা পৰিছে মহামাৰী কৰ'ণাৰ অৱস্থিতি ৷ তেনে পৰিস্থিতিত নলবাৰীৰ এটা জনসমাগম থকা কাৰ্যালয়ত নাই এজনো কৰ'ণাত আক্ৰান্ত ৰোগী। নলবাৰীৰ জিলাৰ মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ত নাই এজনো কৰ'ণা ব্যক্তি । কাৰ্যালয়টোৰ কৰ্মচাৰীসকলক কৰ'ণা টেষ্ট কৰা হয় যদিও বিভাগটোৰ এজনো কৰ্মচাৰীৰ দেহত লাভ নকৰিলে কৰ'ণাৰ অৱস্থিতি ৷ কাৰ্যালয়টোত থকা ব্যক্তিসকলে সতৰ্ককতাৰে নিজৰ নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰা তথা কৰ'ণাৰ সকলো নীতি-নিয়ম সূচাৰুৰূপে মানি চলাৰ বাবেই কাৰ্যালয়টোৰ এজনো ব্যক্তি কৰ'ণাত আক্ৰান্ত নহয় বুলি জানিবলৈ দিয়ে ৷

নলবাৰীৰ মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ত নাই কৰ'ণা আক্ৰান্ত ব্যক্তি

আনহাতে,কৰ'ণা পৰীক্ষাৰ দিনটোত কাৰ্যলয়টোৰ দুই চাৰিজন লোক উপস্থিত নাছিল বাবে এই কৰ্মচাৰী সকলক কৰ'ণা পৰীক্ষা কৰাৰ পিছতে কাম কৰাৰ অনুমতি দিছে জিলা মীন উন্নয়ন বিষয়া গৰাকীয়ে । ইপিনে বেছিভাগ বিষয়া কৰ্মচাৰীৰ লগতে এতিয়ালৈ কোনো কৰ্মীৰ দেহত কৰ'ণাৰ অৱস্থিতি নোপাৱাত স্বাস্থ্য বিভাগৰ লগতে জিলা উপায়ুক্ত পূৰবী কোৱৰেও প্ৰশংসাৰে উপচাই পেলাইছে বিভাগটোৰ কৰ্মচাৰীসকলক ।

লগতে পঢ়কঃ শিলচৰত গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ পাঁচ মহীয়া শিশুৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.