ETV Bharat / state

নলবাৰীত সাংবাদিক আৰু ৰাইজৰ সহযোগত সজাগতা সমদল

নলবাৰীৰ সাংবাদিক আৰু স্থানীয় ৰাইজৰ সহযোগত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এক সমদল বাহিৰ কৰে ৷ এই সমদল উদ্বোধন নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদে ।

author img

By

Published : Sep 10, 2020, 2:34 PM IST

সজাগতা সমদল
সজাগতা সমদল

নলবাৰী, 10 ছেপ্টেম্বৰ : সমগ্ৰ বিশ্বৰ লগতে দেশ আৰু ৰাজ্যত প্ৰতিদিনে ক’ভিড ১৯য়ে যথেষ্ট লোকৰ প্ৰাণ কাঢ়ি নিছে ৷ তথাপিও বিভিন্ন লোকে আজিও সজাগতা অবিহনে বাটে মাস্ক পৰিধান নকৰাকৈ বাট পথে এনে ঘূৰি ফুৰে । তেনে একাংশ লোকক সজাগ কৰাৰ উদ্দেশ্যে নলবাৰীৰ সাংবাদিক আৰু স্থানীয় ৰাইজৰ সহযোগত সজাগতা সমদল বাহিৰ কৰে।

নলবাৰীত সাংবাদিক আৰু ৰাইজৰ সহযোগত সজাগতা সমদল

এই সমদল উদ্বোধন কৰে নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদে । নলবাৰী থানা চকৰ পৰা আৰম্ভ হোৱা সমদলত পথে পথে সভা কৰি সজাগতাৰ চেষ্টা চলায় । ইফালে সাংবাদিক সকলে মাস্ক পৰিধান নকৰা লোকক মাস্ক বিতৰণ কৰে । এই সজাগতা ৰেলীত নলবাৰী জিলা ছাত্র সন্থা ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনৰ লোক উপস্থিত থাকে ।

লগতে পঢ়ক : 25 ছেপ্তেম্বৰৰ পৰা 30 টা সংগঠনে ৰূপায়ন কৰিব মানৱ শৃংখল কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.