ETV Bharat / state

নলবাৰীত ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব উপায়ুক্তৰ নতুন কাৰ্যালয়

নলবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বহুকেইটা প্ৰতিশ্ৰুতি ৷ নলবাৰীত নিৰ্মাণ হ’ব নতুন আৱৰ্ত ভৱন ৷ কৃত্ৰিম বানমুক্ত কৰাৰো প্ৰতিশ্ৰুতি ৷ নলবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব উপায়ুক্তৰ নতুন কাৰ্যালয় ।

nalbari
নলবাৰীত ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব উপায়ুক্তৰ নতুন কাৰ্যালয়
author img

By

Published : Oct 11, 2021, 10:48 PM IST

নলবাৰী, 11 অক্টোবৰ : মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথবাৰৰ বাবে নলবাৰীৰ গৰ্ডন খেল পথাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে নলবাৰীবাসীক দিলে কেবাটাও প্ৰতিশ্ৰুতি । নলবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব উপায়ুক্তৰ নতুন কাৰ্যালয় । নলবাৰীত নতুনকৈ নিৰ্মাণ কৰা হ'ব অত্যাধুনিক আৱৰ্ত ভৱন । একেদৰে হাই মাক্স লাইট লগাই নতুনকৈ নলবাৰীত এখন জিলা ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰাৰো প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে ।

নলবাৰীত ৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব উপায়ুক্তৰ নতুন কাৰ্যালয়

নলবাৰীক কৃত্ৰিম বানমুক্ত কৰাৰ বাবে ১২০ টকা ধাৰ্য কৰা বুলিও ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ । নলবাৰীত পাগলাদিয়া পাৰৰ মথাউৰিত পঞ্চাশ কিঃমিঃ পথ পকীকৰণৰ বাবে ১৫০ কোটি টকাৰ অনুমোদন দিয়া বুলিও ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে । আনহাতে নিৰ্মীয়মান নলবাৰী মেডিকেল কলেজ অহা বছৰ মুকলি কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ ।

লগতে পঢ়ক : দুৰ্গোৎসৱত গুৱাহাটীত কোন কোন পথেৰে চলাব পাৰিব বাহন ? চাওক নিৰ্দেশনা সমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.