নলবাৰী, ১ নৱেম্বৰঃ নলবাৰীত অন্যৰূপত উপস্থিত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ । আৱাহন থিয়েটাৰৰ নাটৰ প্ৰচাৰ চলাবলৈ অভিনেত্ৰীগৰাকী উপস্থিত হয় এম এন চি আৰু নলবাৰী মহাবিদ্যালয়ত । অসমীয়া চিনেমা জগতৰ ভাল দিন উভতি অহাৰ সময়ছোৱাতেই এইবাৰ থিয়েটাৰৰ নাটকৰ প্ৰচাৰত নামিল জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ। উল্লেখযোগ্য যে, ৩ নৱেম্বৰৰ পৰা নলবাৰী মহাবিদ্যালয় খেলপথাৰত আৱাহান থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব। সেয়েহে উক্ত নাট মঞ্চস্থ হোৱাৰ প্ৰাকক্ষণত নলবাৰী মহাবিদ্যালয় আৰু এম এন চি মহাবিদ্যালয়ত প্ৰচাৰ চলাই অভিনেত্ৰী গৰাকীয়ে । ইফালে সাংবাদিকৰ আগত প্ৰস্তুতি পৰাশৰে উল্লেখ কৰে যে, নতুন অসমীয়া চিনেমা এখনৰ কাম অহা এপ্ৰিল মাহত আৰম্ভ কৰিব অভিনেত্ৰী গৰাকীয়ে ।
নাট প্ৰচাৰৰ উদ্দেশ্যে নলবাৰীত উপস্থিত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ - নলবাৰী মহাবিদ্যালয়
আৱাহন থিয়েটাৰৰ নাট প্ৰচাৰত নামিল জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ। ৩ নৱেম্বৰৰ পৰা নলবাৰী মহাবিদ্যালয় খেলপথাৰত প্ৰদৰ্শিত নাটক চাবলৈ আহ্বান ছাত্ৰ-ছাত্ৰীৰ লগতে সদাশয় ৰাইজক ।
নলবাৰী, ১ নৱেম্বৰঃ নলবাৰীত অন্যৰূপত উপস্থিত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ । আৱাহন থিয়েটাৰৰ নাটৰ প্ৰচাৰ চলাবলৈ অভিনেত্ৰীগৰাকী উপস্থিত হয় এম এন চি আৰু নলবাৰী মহাবিদ্যালয়ত । অসমীয়া চিনেমা জগতৰ ভাল দিন উভতি অহাৰ সময়ছোৱাতেই এইবাৰ থিয়েটাৰৰ নাটকৰ প্ৰচাৰত নামিল জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ। উল্লেখযোগ্য যে, ৩ নৱেম্বৰৰ পৰা নলবাৰী মহাবিদ্যালয় খেলপথাৰত আৱাহান থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব। সেয়েহে উক্ত নাট মঞ্চস্থ হোৱাৰ প্ৰাকক্ষণত নলবাৰী মহাবিদ্যালয় আৰু এম এন চি মহাবিদ্যালয়ত প্ৰচাৰ চলাই অভিনেত্ৰী গৰাকীয়ে । ইফালে সাংবাদিকৰ আগত প্ৰস্তুতি পৰাশৰে উল্লেখ কৰে যে, নতুন অসমীয়া চিনেমা এখনৰ কাম অহা এপ্ৰিল মাহত আৰম্ভ কৰিব অভিনেত্ৰী গৰাকীয়ে ।
Body:অসমীয়া চিনেমা আৰু থিয়েটাৰ উদ্যোগটোৰ ভাল দিন চলি থকা সময়ছোৱাত এইবাৰ থিয়েটাৰৰ নাট চোৱাৰ বাবে প্ৰচাৰত নামিল জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ।উল্লেখযোগ্য যে ৩ নবেম্বৰৰ পৰা নলবাৰী মহাবিদ্যালয় খেলপথাৰত আবাহান থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব।সেয়েহে তাৰ প্ৰাকক্ষণত আজি নলবাৰী মহাবিদ্যালয় আৰু স্ৰী শিক্ষাৰ আগশাৰীৰৰ MNC মহাবিদ্যালয়টো প্ৰচাৰ চলাই ছাত্ৰ-ছাত্ৰী সকলৰ আগত।ইফালে সাংবাদিকৰ আগত কয় যে নতুনকৈ অসমীয়া চিনেমা প্ৰস্তুত কৰাৰ কথা।অহা প্ৰস্তুতি পৰাশৰৰ চিনেমাও ভাল খৱৰ লৈ আহিব বুলি আশাবাদী।
বাইটConclusion:কৈলাস ডেকা, নলবাৰী