ETV Bharat / state

Dream girl in Nalbari : ৰাস চাবলৈ নলবাৰীত উপস্থিত বলীউডৰ ড্ৰীম গাৰ্ল হেমামালিনী

author img

By

Published : Nov 14, 2022, 8:12 PM IST

নলবাৰী ৰাস মহোৎসৱত জীৱন্ত ৰাসৰ শুভ উদ্বোধন কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী হেমামালিনীয়ে (Actress Hemamalini in Nalbari)৷ যাৰ বাবে সোমবাৰে বিয়লি নলবাৰী উপস্থিত হয় বলীউডৰ ড্ৰীম গাৰ্ল হেমামালিনী (Dream girl in Nalbari) ৷ বলীউডৰ ড্ৰীম গাৰ্লগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৷

Dream girl in Nalbari
ৰাস চাবলৈ নলবাৰীত উপস্থিত বলীউডৰ ড্ৰীম গাৰ্ল হেমামালিনী
  • নলবাৰীত ৰাস চাবলৈ উপস্থিত হ’ল বলীউডৰ ড্ৰীম গাৰ্ল হেমামালিনী (Dream girl Actress Hemamalini in Nalbari)
  • সোমবাৰে বিয়লি নলবাৰীৰ গণেশ মন্দিৰ চ’কত উপস্থিত হয় বলীউডৰ ড্ৰীম গাৰ্লগৰাকী (Dream girl in Nalbari)
  • ভাগ্যশ্ৰী টাটা মটৰ্ছ প্ৰাইভেট লিমিটেডৰ কাৰ্যালয়ত উপস্থিত ড্ৰীম গাৰ্লগৰাকী (Bollywood Dream Girl Hemamalini arrives at Ganesh Mandir Chowk)
  • নলবাৰী ৰাস মহোৎসৱত জীৱন্ত ৰাস উদ্বোধন কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে
  • নলবাৰীত ড্ৰীম গাৰ্ল হেমামালিনীক আদৰণি জনালে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই
  • অভিনেত্ৰীগৰাকীৰ সৈতে নলবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.