ETV Bharat / state

ভ্ৰাম্যমাণ থিয়েটাৰত অঘটন! চুক্তি কৰিও অভিনয় নকৰাৰ সিদ্ধান্ত অভিনেত্ৰীৰ

author img

By

Published : Jun 21, 2019, 1:24 PM IST

বৰদৈচিলা থিয়েটাৰত চুক্তি স্বাক্ষৰ কৰা অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ অভিজিৎ ভট্টাচাৰ্য্যৰ মহিয়সী নাটকক লৈ মতভেদ হোৱাৰ অভিযোগ । সমগ্ৰ সংঘাতৰ আঁৰত এগৰাকী সাংবাদিক থকাৰো অভিযোগ বৰদলৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামৰ ৷

ভ্ৰাম্যমাণ থিয়েটাৰত অঘটন! চুক্তি কৰিও অভিনয় নকৰাৰ সিদ্ধান্ত অভিনেত্ৰীৰ

নলবাৰী,21জুনঃ ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ সংঘটিত হ'ল অঘটন । এগৰাকী অভিনেত্ৰীক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি ভ্ৰাম্যমাণ জগতত । চুক্তি কৰিও থিয়েটাৰত নথকাৰ সিদ্ধান্ত ল'লে এগৰাকী অভিনেত্ৰীয়ে ৷ অভিযোগ মতে সাংবাদিক এগৰাকীৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰত সৃষ্টি হ'ল অবিশ্বাসৰ । যাৰ বাবে এতিয়া অভিনেত্ৰী প্ৰাঞ্জনা দত্ত আৰু বৰদৈচিলা থিয়েটাৰৰ স্বতাধিকাৰীৰ মাজত সৃষ্টি হ'ল সংঘাত । প্ৰযোজক নজৰুল ইছলামৰ মতে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ নাটকক লৈ আপত্তি প্ৰদৰ্শন কৰে অভিনেত্ৰী প্ৰাঞ্জনা দত্তই । ইপিনে ভ্ৰাম্যমাণ থিয়েটাৰৰ আখৰাৰ বাবে সাজু হোৱাৰ সময় যদিও এই সময়তে এইদৰে এগৰাকী অভিনেত্ৰী আৰু নাট্যদলৰ মাজত হোৱা সংঘাতে চিন্তিত কৰি তুলিছে আয়োজক সমিতি আৰু শিল্পী সমাজক । এই বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ ইতিমধ্যে বৰদৈচিলা থিয়েটাৰে নতুনকৈ চুক্তিবদ্ধ কৰিলে অভিনেত্ৰী মিচ কল্পনাক । মৃদুল ভূঞা আৰু মিছ কল্পনাক লৈ এতিয়া যথেষ্ট আশাবাদী প্ৰযোজক নজৰুল ইছলাম ৷ সমগ্ৰ সংঘাতৰ আঁৰত এগৰাকী সাংবাদিক থকাৰো অভিযোগ বৰদলৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামৰ ৷

Slug=Press Meet.. (Actress  Cles of Bardoisila Theater)..21Jun....
Story ftp

##বৰদৈচিলা থিয়েটাৰৰ চুক্তি কৰিও অভিনয় নকৰাৰ সিদ্ধান্ত অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ##

Anchor:-  ভ্ৰাম্যমাণ  থিয়েটাৰত পুনৰ সংঘটিত হল  অঘটন । এগৰাকী  অভিনেত্ৰীক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি ।  চুক্তি  কৰিও থিয়েটাৰত  নথকাৰ সিদ্ধান্ত  অভিনেত্ৰীৰ ।  বৰদৈচিলা  থিয়েটাৰত চুক্তি স্বাক্ষৰ কৰা অভিনেত্ৰী প্ৰাঞ্জনা দত্ত এইবাৰ  নাথাকে বৰদৈচিলা থিয়েটাৰত ।  অভিজিৎ ভট্টাচাৰ্য্যৰ  মহিয়ষী  নাটকক  লৈ  মতভেদ হোৱাৰ  অভিযোগ । অভিযোগ মতে সাংবাদিক এগৰাকীৰ বাবে  ভ্ৰাম্যমাণ থিয়েটাৰত  সৃষ্টি  হল অবিশ্বাসৰ  । যাৰ বাবে এতিয়া  অভিনেত্ৰী    প্ৰাঞ্জনা দত্ত আৰু  বৰদৈচিলা থিয়েটাৰৰ  মাজত সৃষ্টি  হল সংঘাটৰ । নাট্যকাৰ  অভিজিৎ  ভট্টাচাৰ্যৰ নাটকক লৈ আপত্তি  প্ৰদৰ্শন  প্ৰাঞ্জনা  দত্তৰ । সম্প্ৰতি ভ্ৰাম্যমাণ থিয়েটাৰৰ আখৰাৰ  বাবে  সাজু হোৱাৰ  সময় যদিও এই সময়তে এইদৰে এগৰাকী  অভিনেত্ৰী  আৰু নাট্যদলৰ মাজত এইদৰে সংঘাত  সৃষ্টি  হোৱাত চিন্তিত হৈ পৰিছে  আয়োজক সমিতি আৰু শিল্পী সমাজ । এই বিপদৰ পৰা পৰিত্ৰাণ  পাবলৈ  ইতিমধ্যে   বৰদৈচিলা থিয়েটাৰে নতুনকৈ চুক্তিবদ্ধ  কৰিলে অভিনেত্ৰী  মিচ  কল্পনাক । মৃদুল ভূঞা আৰু মিছ কল্পনাক  লৈ এতিয়া  যথেষ্ট  আশাবাদী প্ৰযোজক  নজৰুল ইচলাম৷সমগ্ৰ সংঘাটৰ আৰত এগৰাকী সাংবাদিক থকাৰো অভিযোগ বৰদলৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামৰ৷

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.