ETV Bharat / state

জু ৰোড বিস্ফোৰণ : আটকাধীন ইন্দ্ৰমোহনৰ ঘৰত শোকাকুল পৰিৱেশ

author img

By

Published : May 18, 2019, 12:21 PM IST

নগাঁৱৰ ইন্দ্ৰমোহনৰ ঘৰত শোকাকুল পৰিৱেশ ৷ আলফাৰে সম্পৰ্ক ৰক্ষা কৰি অহা ইন্দ্ৰমোহন নগাঁও আৰক্ষীৰ জালত ৷

আটকাধীন ইন্দ্ৰমোহনৰ ঘৰত শোকাকুল পৰিৱেশ

নগাঁও, 18 মে' : জু ৰোডৰ বিস্ফোৰণত জড়িত থকাৰ সন্দেহত নগাঁৱৰ ইন্দ্ৰমোহন বৰাক আৰক্ষীয়ে আটক কৰা পাচতে ইন্দ্ৰমোহনৰ ঘৰত এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিৱেশে ৷ আলফাৰে সম্পৰ্ক ৰক্ষা কৰি অহা নগাঁও আৰক্ষীৰ জালত পৰা ইন্দ্ৰমোহনৰ পিতৃ এগৰাকী সীমান্ত আৰক্ষীৰ বিষয়া । গুৱাহাটী আৰক্ষীৰ জালত পৰা বিস্ফোৰণৰ সৈতে জড়িত থকা জাহ্নৱীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছে ইন্দ্ৰমোহনে । আনহাতে জু ৰোডত বিস্ফোৰণ সংঘটিত হোৱাৰ নিশা ঘৰত নাছিল ইন্দ্ৰমোহন বৰা । নগাঁৱৰ ৰাইডঙীয়াৰ এগৰাকী বন্ধুৰ সৈতে ছোৱালী চাবলৈ যোৱাৰ কথা মাতৃৰ আগত কৈ ঘৰৰ পৰা ওলাই গৈছিল ইন্দ্ৰমোহন । আনকি পত্নীৰ সৈতে কাজিয়া হ'লে প্ৰায়েই আলফাত যোগদানৰ ভাবুকি দিছিল ইন্দ্ৰমোহনে । নগাওঁ আৰক্ষীয়ে আটক কৰা ইন্দ্ৰমোহন মাতৃৰ ভাষ্য, আইনে যি সিদ্ধান্ত লয় সেইয়া মানি ল'ব মাতৃয়ে ৷

Intro:অলফাত জড়িত ইন্দ্রমোহন বৰাৰ পিতৃ আৰক্ষী বিভাগত কৰ্মৰত। পত্নীক প্ৰায়েই আলফাত যোগদানৰ ভাবুকি দিছিল ইন্দ্রমোহনে। বাহৰিলৈ ওলাই গৈ মাতৃকো কোৱা নাছিল সঁচা কথা। জু ৰোডৰ বিস্ফোৰণৰ দিনা ঘৰত নাছিল ইন্দ্রমোহন। Body:অলফাৰে সম্পৰ্ক ৰক্ষা কৰি নগাওঁ আৰক্ষীৰ জালত পৰা ইন্দ্রমোহন বৰাৰপিতৃ সীমান্ত আৰক্ষীৰ বিষয়া। অসম আৰক্ষীতে কৰ্মৰত ৰেব বৰাৰ পুত্ৰ ইন্দ্রমোহন বৰা জড়িত থকাৰ সন্দেহ কৰা হৈছে জু ৰোডৰ বিস্ফোৰণত। ইতিমধ্যে গুৱাহাটী আৰক্ষীৰ জালত পৰা জাহ্নবীৰ সৈতেও সম্পৰ্ক আছে ইন্দ্রমোহনৰ। আনহাতে জু ৰোডত বিস্ফুৰণ সংঘটিত হোৱাৰ নিশা ইন্দ্ৰমোহন বৰা ঘৰত নাছিল।নগাঁৱৰ ৰাইডঙীয়াৰ এজন বন্ধুৰ সৈতে ছোৱালী চাবলৈ যোৱাৰ কথা কৈছিল মাতৃৰ আগত। ঘৰৰ পৰা ওলাই গৈ মাতৃক ইন্দ্রমোহনে কোৱা নাছিল সঁচা কথা। আনকি পত্নীৰ সৈতে কাজিয়া হলে প্ৰায়েই আলফাত যোগদানৰ ভাবুকি দিছিল ইন্দ্রমোহনে ।
Bite, মাতৃ
আইনৰ সিদ্ধান্ত মানি লব নগাওঁ আৰক্ষীয়ে আটক কৰা ইন্দ্রমোহন বৰাৰ পিতৃয়ে। কৰ্মৰ বাবে প্ৰায়েই ঘৰৰ পৰা বাহিৰত থাকিব লাগে পিতৃ ৰেবকান্ত বৰা।পুত্ৰৰ আলফাৰ লগত জড়িত বুলি জানিব পাৰি শোকত ভাগি পৰিছে আৰক্ষীত কৰ্মৰত পিতৃ ।
Bite;father
------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
18-5-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.