জুৰীয়া, 12 জানুৱাৰী : ৰূপহীহাটৰ বাটলি চাপৰিত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত মাতৃ-পুত্ৰ ৷ তথ্য অনুসৰি, বুঢ়াচাপৰি অভয়াৰণ্যৰ পৰা ওলাই আহিছিল বনৰীয়া গাহৰিৰ এটা জাক ।
বাটলি চাপৰিৰ কাছেম আলীৰ ঘৰত সোমাই পৰিয়ালটিৰ মাতৃ-পুত্ৰৰ ওপৰত আক্ৰমণ চলাই গাহৰিৰ জাকটোৱে । আক্ৰমণত গুৰুতৰভাৱে আহত নাজিমা খাতুন আৰু মাজাহাৰুল ইছলাম নামৰ দুই মাতৃ-পুত্ৰ । বৰ্তমান দ-গাঁও প্ৰাথমিক চিকিৎসালয়ত দুয়ো গৰাকীকে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক : ডুমডুমা এফআৰউত চিকিৎসাকৰ্মীক আক্ৰমণ