ETV Bharat / state

কলিয়াবৰত ভোটগ্ৰহণ কেন্দ্ৰত উলংঘা ক’ভিড প্ৰ’টকল

author img

By

Published : Mar 27, 2021, 7:38 PM IST

শনিবাৰে অনুষ্ঠিত হৈ যায় ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ কিন্তু ইয়াৰ মাজতে কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত উলংঘা হৈছে ক’ভিড প্ৰ’টকল ৷

As_KLBR_violation-of-covid-protocol-at-kaliabor-witnessed-at-birghuli-area_Vis_ASC10014
কলিয়াবৰত ভোটগ্ৰহণ কেন্দ্ৰত উলংঘা ক’ভিড প্ৰ’টকল

কলিয়াবৰ,27 মাৰ্চ: শনিবাৰে অনুষ্ঠিত হৈ যায় ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ 47 টা সমষ্টিত সম্পন্ন হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ক’ভিড-19 ৰ প্ৰতি দৃষ্টি ৰাখি ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটগ্ৰহণৰ ক্ষেত্ৰত প্ৰয়োজনীয় কিছুমান নীতি-নিৰ্দেশনা বান্ধি দিছে নিৰ্বাচন আয়োগে ৷ কিন্তু ইয়াৰ মাজতো বহু ভোটগ্ৰহণ কেন্দ্ৰত উলংঘা হৈছে ক’ভিড প্ৰ’টকল ৷

সমান্তৰালকৈ, ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিতো দেখিবলৈ পোৱা গ’ল অনুৰূপ পৰিস্থিতি ৷ প্ৰশাসনৰ হেমাহিৰ ফলত ভোটগ্ৰহণ কেন্দ্ৰটোত অৱলম্বন কৰা নহ’ল কোনো সাৱধানতা ৷ ইয়াৰ উপৰিও ভোটগ্ৰহণ কেন্দ্ৰটোত বিভাগীয় কৰ্মচাৰীয়ে পৰ্যাপ্ত মাস্ক আৰু হাত মোজা যোগান নধৰাৰো অভিযোগ উত্থাপন কৰিছে ভোটাৰ ৰাইজে ৷

লগতে পঢ়ক- ডিগবৈত ভোটাধিকাৰ সাব্যস্ত কৰিলে সুৰেণ ফুকনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.