ETV Bharat / state

কপিলী নৈৰ মথাউৰি নিৰ্মাণত ব্যস্ত ৰাইজ, নীৰৱ প্ৰশাসন - ৰহাত কপিলী নৈৰ মথাউৰি নিৰ্মাণত ব্যস্ত ৰাইজ

মাথাউৰিত বাঁহ, মাটিৰ বস্তাৰে বানক ভেটা দিয়াৰ চেষ্টা চলাইছে গাঁৱবাসীয়ে । কাৰণ মাথাউৰিটো ছিঙিব লাগিলে বানত বুৰিব বিস্তৃৰ্ণ অঞ্চল ।

ৰহাত কপিলী নৈৰ মথাউৰি নিৰ্মাণত ব্যস্ত ৰাইজ

author img

By

Published : Jun 30, 2020, 5:19 PM IST

ৰহা, 30 জুনঃ ৰাজ্যত বিগত তিনি বিগত কেইবাটাও দিনত হোৱা নেৰা নেপেৰা বৰষুণত ফেনে ফোটোকাৰে বৃদ্ধি পাই নদ- নদী সমূহ । ৰহাৰ মাজেৰে বৈ যোৱা কপিলী নদীও বিপদ সীমাৰ ওপৰেৰে বৈ আছে । যি কোনো মুহূৰ্ততে মাথাউৰি ছিঙি যোৱাৰ আশংকাই দেখা দিছে । সেয়ে কাকতিগাঁৱত মাথাউৰিৰ দুৰ্বল অংশ সমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে গাঁৱৰ ৰাইজ । মাথাউৰিত বাঁহ, মাটিৰ বস্তাৰে বানক ভেটা দিয়াৰ চেষ্টা চলাইছে গাঁওবাসীয়ে ।

ৰহাত কপিলী নৈৰ মথাউৰি নিৰ্মাণত ব্যস্ত ৰাইজ

একাংশৰ অভিযোগ, নগাঁও জিলা প্ৰশাসন তথা জলসম্পদ বিভাগৰ নাই কোনো গুৰুত্ব । ইপিনে কোনো প্ৰকাৰে মাথাউৰিটো ছিঙিব লাগিলে বানত বুৰিব বিস্তৃৰ্ণ অঞ্চল । যাৰ বাবে অধিক শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.