ETV Bharat / state

লক ডাউনৰ সুযোগ লৈ নগাঁৱত অসাধু ব্যৱসায়ীৰ মূল্য বৃদ্ধি

author img

By

Published : Apr 20, 2020, 8:41 PM IST

নগাঁৱৰ নেহেৰুৱালীৰ সমীপতে চৰকাৰীভাৱে যোগান ধৰা পাঁচলিতে নাই যোগান বিভাগৰ কোনো নিয়ন্ত্ৰণ। নগাঁও কৃষি বিভাগৰ অধীনত বিক্ৰী কৰা পাঁচলিৰ ক্ষেত্ৰতো নিজ ইচ্ছামতে মূল্য বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজৰ ।

ETV BHARAT
লক ডাউনৰ সুযোগ লৈ নগাঁৱত অসাধু ব্যৱসায়ীৰ মূল্য বৃদ্ধি

নগাঁও, 20 এপ্ৰিলঃ লক ডাউনৰ সুযোগ লৈ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ অভিযোগ ৷ মূল্যবৃদ্ধিৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ ৷

লক ডাউনৰ সুযোগ লৈ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ অভিযোগ সাধাৰণ ৰাইজৰ ৷ নগাঁৱৰ নেহেৰুৱালীৰ সমীপতে চৰকাৰীভাৱে যোগান ধৰা পাঁচলিতেই নাই যোগান বিভাগৰ কোনো নিয়ন্ত্ৰণ। নগাঁও কৃষি বিভাগৰ অধীনত বিক্ৰী কৰা পাঁচলিৰ ক্ষেত্ৰতো নিজ ইচ্ছামতে মূল্য বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজৰ । ঠিক একেদৰে একে স্থানতে বিভিন্ন দামত বিক্ৰী হৈছে বিভিন্ন পাচলি। এখনত যদি বিলাহীৰ দাম প্ৰতি কেজিত ১০ টকা আনখন দোকানত প্ৰতি কেজি বিক্ৰী কৰিছে ২০ টকা। একেদৰে অন্যান্য পাচলিৰ ক্ষেত্ৰতো নিজ ইচ্ছামতেই বিক্ৰী কৰিছে বিভিন্ন মূল্যত। ব্যৱসায়ীয়ে নিজ ইচ্ছামতেই পাচলিৰ মূল্য বৃদ্ধি কৰাত বিমোৰত পৰিছে সাধাৰণ জনতা।

লগতে পঢ়ক- কৰ’ণা মুক্ত ঘোষণা লখিমপুৰৰ বাবু আলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.