ETV Bharat / state

চাৰি দিন ধৰি বিদ্যুত কৰ্তনত ৰাইজৰ ক্ষোভঃ নগাঁৱৰ কঠিয়াতলীত উত্তপ্ত পৰিস্থিতি

শক্তি মন্ত্ৰী তপন গগৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ সময়তে অন্ধকাৰত ডুব গৈ ৰাইজ নামিছে প্ৰতিবাদত ।  নগাঁও জিলাৰ কঠিয়াতলীৰ পূৱ কাৱৈমাৰী গাঁৱত বিগত চাৰিদিন ধৰি বিদ্যু নথকাত শুকুৰবাৰে নিশা একাংশ লোকে নগাঁৱৰ কঠিয়াতলী বৈদ্যুতিক উপ সংমণ্ডলত কাৰ্যালয় ঘেৰাও কৰে। পিচত উত্তেজিত ৰাইজক ঘটনাস্থলীৰ পৰা আতৰাই পথাবলৈ মোতায়েন কৰা অৰ্ধসামৰিক বাহিনীয়ে মৃদু লাঠী চালনা কৰে ৷

চাৰি দিন ধৰি বিদ্যুত ৰ্কতণ, ৰাইজৰ ক্ষোভ
author img

By

Published : Mar 30, 2019, 2:12 PM IST

নগাওঁ, 30 মাৰ্চঃ মঙলবাৰে অহা বিধ্বংসীধুমুহাত সম্পূৰ্ণৰূপেচিঙি পৰিছিল কঠিয়াতলী পূৱ কাৱৈমাৰী গাঁওৰ বিদ্যুতৰ তাঁৰ সমূহ ৷ যাৰফলত চাৰিদিন ধৰি গাঁওখনত নাছিল বিদ্যুৎ সংযোগ ৷ইয়াৰ পিচতেশুকুৰবাৰে নিশা কঠিয়াতলী বিদ্যুত বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈছিল গাঁওখনৰ একাংশ পুৰুষ আৰু মহিলা৷

চাৰি দিন ধৰি বিদ্যুত ৰ্কতণ, ৰাইজৰ ক্ষোভ
উপ প্ৰৱন্ধক গৰাকীক চাৰিদিন ধৰি বিদ্যুৎ নোপোৱাৰ অভিযোগ দিয়াৰ পিচতেপ্ৰৱন্ধক গৰাকীয়ে ৰাইজক শান্তনা দি কাৰ্যালয়ৰ পৰা পলায়ন কৰে, ইয়াতে ক্ষুব্ধ হৈউত্তেজিত ৰাইজে পৰিস্থিতি উত্তাল কৰি তোলে ৷ পিচত আৰক্ষী আৰুঅৰ্ধসামৰিক বাহিনীয়ে মৃদু লাঠী চালনা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইফালে এই ঘটনাক লৈকেইবাজন লোকককঠিয়াতলী আৰক্ষীয়েআটক কৰিছে৷

Intro:

Anchor=শক্তি মন্ত্ৰী তপন গগৈ নিৰ্ব্বাচনত ব্যস্ত থকাৰ সময়তে বিদ্যুতৰ অভাৱত অন্ধকাৰত ডুব গৈ ৰাইজ নামিছে প্ৰতিবাদত । নগাওঁ জিলাৰ কঠিয়াতলীৰ পূৱ কাৱৈমাৰীৰ গাৱত বিগত চাৰিদিন ধৰি বিদ্যু নথকাত শুক্ৰবাৰে নিশা একাংশ লোকে নগাৱৰ কঠিয়াতলী বৈদ্যুতিক উপ সংমণ্ডলত কাৰ্যালয়টো ঘেৰাও কৰে ।পিছত ৰাইজক ঘটণা স্থলিৰ পৰা আতৰাই পথাবলৈ অৰ্ধসামৰিক বাহিনী মোত্তায়ণ কৰি মৃদু লাঠী চালনা কৰে |Body:জানিব পৰা মতে মঙ্গল বাৰে অহা ধুমুহাত চিঙি ঙাঙি পৰিছিল কঠিয়াতলী পূৱ কাৱৈমাৰী গাঁও খনৰ বিদ্যুতৰ তাৰ সমুহ | চাৰিদিন ধৰি গাঁওখনত বিদ্যুত নাপায় শুক্ৰবাৰে নিশা কঠিয়াতলী বিদ্যুত বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈছিল গাঁওখনৰ পুৰুষ আৰু মহিলা সকল |উপ প্ৰবন্ধক গৰাকীক চাৰিদিন ধৰি বিদ্যুত নোপোৱা অভিযোক কৰিছিল গাৱৰ ৰাইজে | প্ৰবন্ধক গৰাকীয়ে ৰাইজক শান্তনা দি কাৰ্যালয় পৰা পলায়ণ কৰিছিল | পালায়ণ কৰা পাছতেই উত্তেজিত হৈ পৰিছিল ক্ষোভিত ৰাইজ | উত্তেজিত লোকসকলক কাৰ্যালয়ৰ পৰা খেদি পথাবলৈ উপস্থিত হৈছিল কঠিয়াতলী আৰক্ষী | আৰক্ষীয়ে উত্তেজিত ৰাইজক মনাবৰ নোৱাৰি অৰ্ধসামৰিক বাহিনী মোত্তায়ণ কৰি মৃদু লাঠী চালানা কৰে | কেইবাজনকো কঠিয়াতলী আৰক্ষীয়ে আটক কৰে |Conclusion:Byte = স্থানীয় লোক

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.