ETV Bharat / state

এটা সপ্তাহতে নগাঁৱত নিৰুদ্দেশ এগৰাকী মহিলা আৰু কিশোৰী - ৰেজেৱানা খাতুন

এটা সপ্তাহতে একেখন গাঁৱৰ পৰা দুগৰাকী লোক সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ প্ৰমিলা জাৰণি গাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

barhampur
ৰেজেৱানা খাতুন
author img

By

Published : Dec 5, 2019, 2:56 PM IST

বঢ়মপুৰ, 5 ডিচেম্বৰঃ নগাঁও জিলাৰ কচুৱাৰ প্ৰমিলা জাৰণি গাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ বিগত এটা সপ্তাহ ধৰি সন্ধানহীন হৈ আছে এগৰাকী পোন্ধৰ বছৰীয়া কিশোৰী ৷ কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি 24 নৱেম্বৰৰ নিশা নিজ বাসগৃহৰ পৰাই ৰেজেৱানা খাতুন নামৰ কিশোৰী গৰাকী নিৰুদ্দেশ হৈছিল ৷ কোনো দুষ্ট লোকে কিশোৰী গৰাকীক অপহৰণ কৰি নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ ঘটনা সন্দৰ্ভত তেওঁলোকে কচুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আজিকোপতি আৰক্ষীয়ে কিশোৰী গৰাকীৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ কোনো লোকে কিশোৰী গৰাকীৰ সম্ভেদ পালে 6001298252 নম্বৰ ফোনত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

প্ৰমিলা জাৰণীৰ পৰা নিৰুদ্দেশ এগৰাকী মহিলা আৰু কিশোৰী

আনহাতে বিগত সপ্তাহৰ শুকুবাৰে নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈছিল উক্ত গাঁওখনৰে পম্পী বৰা নামৰ আন এগৰাকী বিবাহিতা মহিলা ৷ উল্লেখ্য যে এটা সপ্তাহতে একেখন গাঁৱৰ পৰা দুগৰাকী লোক সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ প্ৰমিলা জাৰণি গাঁৱত চাঞ্চল্যাৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক - ধেমাজিত মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহ

Intro:Story=এটা সপ্তাহতে নগাঁৱৰ কচুৱাৰ প্ৰমিলা জাৰণীৰ পৰা নিৰুদ্দেশ হল এগৰাকী বিবাহিতা মহিলাৰ লগতে এগৰাকী কিশোৰী ।

Anchor=নগাঁও জিলাৰ কচুৱাৰ প্ৰমিলাত জাৰণি গাঁৱত চাঞ্চল্যকৰ ঘটনা। বিগত এটা সপ্তাহ ধৰি সন্ধানহীন হৈ আছে এগৰাকী পোন্ধৰ বছৰীয়া কিশোৰী । ২৪ নবেম্বৰৰ নিশা নিজ বাসগৃহৰ পৰাই ৰেজেৱানা খাতুন নামৰ কিশোৰী গৰাকী নিৰুদ্দেশ হোৱা ঘটণাই চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি। কোনো দুষ্ট লোকে অপহৰণ কৰি নিয়াৰ সন্দেহ পৰিয়ালৰ লোকৰ। ঘটনাৰ সন্দৰ্ভত কচুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।উল্লেখযোগ্য যে কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত প্ৰমিলা জাৰণীৰ পৰা যোৱা সপ্তাহৰ শুক্ৰবাৰে নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈছিল পম্পী বৰা নামৰো এগৰাকী বিবাহিতা মহিলা। ইয়াৰ পিছতে পুনৰ আন এগৰাকী কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কোনো লোকে কিশোৰী গৰাকীৰ কিবা সম্ভেদ পালে 6001298252 নম্বৰ ফোনত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।
Byte=পৰিয়ালৰ লোকBody:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.