ETV Bharat / state

বাগৰিত চোৰাং কাঠ সহ ট্ৰাক জব্দ - চোৰাং চেগুনৰ কুণ্ডা ভৰ্তি ট্ৰাক

কলিয়াবৰৰ বাগৰিত আৰক্ষীৰ অভিযানত দুখন ট্ৰাকৰ পৰা জব্দ বৃহৎ পৰিমাণৰ চেগুন কাঠ ৷ জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ NL-01-AD-2273 আৰু NL-01-AD-2269

বাগৰিত চোৰাং কাঠ সহ ট্ৰাক জব্দ
author img

By

Published : Aug 18, 2019, 3:25 PM IST

কলিয়াবৰ, 18 আগষ্টঃ

  • কলিয়াবৰৰ বাগৰীত জব্দ দুখন চোৰাং চেগুনৰ কুণ্ডা ভৰ্তি ট্ৰাক
  • বাগৰী আৰক্ষীৰ অভিযানত জব্দ ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাক দুখন
  • প্লাইউদৰ মাজত লুকুৱাই ট্ৰাক দুখনত আনিছিল বুজন পৰিমাণৰ চেগুনৰ কুণ্ডা
  • জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ NL-01-AD-2273 আৰু NL-01-AD-2269

Intro:বাগৰিত চোৰাং কাঠ জব্দ
দুখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দBody:কলিয়াবৰৰ বাগৰীত জব্দ দুখন চোৰাং চেগুনৰ কুণ্ডা ভৰ্তি ট্ৰাক। বাগৰী আৰক্ষীৰ অভিযানত জব্দ ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাক দুখন। প্লাইউদৰ মাজত লুকুৱাই ট্ৰাক দুখনত আনিছিল বুজন পৰিমাণৰ চেগুনৰ কুণ্ডা। জব্দকৃত ট্ৰাক দুখনৰ নম্বৰ এন. এল. ০১ এ. ডি. ২২৭৩ (NL-01-AD-2273) আৰু এন. এল. ০১ এ. ডি. ২২৬৯ (NL-01-AD-2269)।Conclusion:visuals
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.