ETV Bharat / state

কলিয়াবৰত লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Jul 7, 2022, 10:48 PM IST

ৰাজ্যত আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ সমান্তৰালকৈ এইবাৰ কলিয়াবৰ আৰু জখলাবন্ধা আৰক্ষীৰ যৌথ অভিযানত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ ৷ লগতে আটক ড্ৰাগছ সৰবৰাহকাৰী(Two Drugs Paddler arrested with drugs at Kaliabor) ৷

Two Drugs Paddler arrested with drugs at Kaliabor
কলিয়াবৰত লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

কলিয়াবৰ, 7 জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান (Operation against drugs)৷ বিভিন্ন সময়ত আৰক্ষীয়ে অভিযানত চলাই আটক কৰিছে বহু ড্ৰাগছ ব্যৱসায়ীক ৷ লগতে জব্দ হৈছে বহু পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় সামগ্ৰীও(Drugs peddler arrested by Assam police)৷

ইফালে, নগাঁও জিলাৰ কলিয়াবৰৰ ৰাজপথত নিশা আৰক্ষীৰ অভিযানত জব্দ কৰা হয় প্ৰায় ৭০ লক্ষাধিক টকাৰ ড্ৰাগছ ৷ লগতে জখলাবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত আমগুৰি আৰক্ষীয়ে আলি আকবৰ(২০) নামৰ এজন যুৱক আৰু মুমতাজ বেগম (৩০) নামৰ এগৰাকী মহিলা সৰবৰাহকাৰীক ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, দুয়োৰে ঘৰ উলুৱনী আৰক্ষী চকীৰ অন্তৰ্গত বৰঘূলীত বুলি জানিব পৰা গৈছে ।

ইফালে, ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী আলি আকবৰ আৰু মমতাজ বেগমে ডিমাপুৰৰ পৰা কলিয়াবৰৰ দিশে এখন স্কুটীৰে ড্ৰাগছখিনি লৈ যোৱাৰ পথত আৰক্ষীয়ে হাতে-লোটে কৰায়ত্ব কৰে(Drugs paddler arrested with drugs at Kaliabor)৷ জব্দকৃত স্কুটীখনৰ নম্বৰ হৈছে AS 12 Z 8327 ৷ আনহাতে কলিয়াবৰৰ চুলুং আৰক্ষী, জখলাবন্ধা আৰক্ষীয়ে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এই অভিযানত জব্দ কৰা হয় এই বৃহৎ মূল্যৰ ড্ৰাগছখিনি ।

লগতে পঢ়ক : ইটাখোলাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.