ETV Bharat / state

নগাঁৱৰ ৰাঙলুত যুৱতী সৰবৰাহকাৰী আটক

দীপিকা কোঁৱৰ নামৰ এগৰাকী মহিলাৰ জৰিয়তে দুই যুৱকে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ কৰা অভিযোগ স্থানীয় ৰাইজৰ ৷

author img

By

Published : Aug 4, 2019, 11:03 PM IST

নগাঁৱৰ ৰাঙলুত যুৱতী সৰবৰাহকাৰী

নগাঁও, 4 আগষ্টঃ নগাঁৱৰ ৰাঙলু গৰিয়া জুৰিত উত্তেজনা । বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহকাৰী দুই যুৱকক আটক কৰিলে গাঁওবাসীয়ে । দীপিকা কোঁৱৰ নামৰ এগৰাকী মহিলাৰ জৰিয়তে দুই যুৱকে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ কৰা অভিযোগ স্থানীয় ৰাইজৰ । ধৃত যুৱক দুজন হাৰিয়ানাৰ সতিশ কুমাৰ আৰু বিষ্ণু কুমাৰ । মিছাৰ আশ্ৰয় লৈ যুৱতী গৰাকী ঘৰত আছিল যুৱকদ্বয় ।

নগাঁৱৰ ৰাঙলুত যুৱতী সৰবৰাহকাৰী

আনহাতে, দীপিকা কোঁৱৰ নামৰ মহিলা গৰাকীয়ে গাঁৱৰে এগৰাকী বিবাহিত মহিলাক যুৱতী সজাই ভিডিঅ' কলৰ জৰিয়তে যুৱতীৰ লগত কথা পাতিবলৈ বাধ্য কৰোৱা অভিযোগ । ধৃত দীপিকা কোঁৱৰ লগতে যুৱকদ্বয়ক লপা-থপা দি আৰক্ষীক গতাই দিয়ে গাঁওবাসীয়ে । সমগ্ৰ ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে ।

Intro:নগাঁৱৰ ৰাঙলু গৰিয়া জুৰিত উত্তেজনা। বহিৰাজ্যলৈ যুৱতী সৰবৰাহকাৰী দুই যুৱকক আটক ।

Anchor= নগাঁৱৰ ৰাঙলু গৰিয়া জুৰিত উত্তেজনা। বহিৰাজ্যলৈ যুৱতী সৰবৰাহকাৰী দুই যুৱক আটক কৰিলে গাঁওবাসীয়ে। দীপিকা কোঁৱৰ নামৰ এগৰাকী মহিলাৰ জৰিয়তে দুই যুৱকে বহিৰাজ্যলৈ যুৱতী সৰবৰাহ কৰা অভিযোগ স্থানীয় ৰাইজৰ। ধৃত যুৱক দুজন হাৰিয়ানাৰ সতিশ কুমাৰ আৰু বিষ্ণু কুমাৰ। মিছাৰ আশ্ৰয় লৈ যুৱতী গৰাকী ঘৰত আছিল যুৱকদ্বয়। আনহাতে দীপিকা কোঁৱৰ নামৰ মহিলা গৰাকীয়ে গাঁৱৰে এগৰাকী বিবাহিত মহিলাক যুৱতী সজাই ভিডিঅ' কলৰ জৰিয়তে যুৱতীৰ লগত কথা পাতিবলৈ বাধ্য কৰোৱা অভিযোগ। ধৃত দীপিকা কোঁৱৰ লগতে যুৱকদ্বয়ক লপাঠপা দি আৰক্ষীক গতাই দিয়ে গাঁওবাসীয়ে। সমগ্ৰ ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।

Body:BYTE = স্থানীয় লোক

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.