ETV Bharat / state

নগাঁৱত ১৮৩ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা - ১০ জন লোকৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি

মঙলবাৰে নগাঁৱত পুনৰ ১০ জন লোকৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি ।

TOTAL COVID-19 POSITIVE CASES RISES TO 183 IN NAGAON DISTRICT

author img

By

Published : Jun 9, 2020, 10:35 PM IST

নগাঁও, ৯ জুনঃ নগাঁও জিলাত মঙলবাৰে ১৮৩ জনলৈ বৃদ্ধি পাইছে COVID-19ত আক্ৰান্ত লোকৰ সংখ্য়া । মঙলবাৰৰ দিনটোত নগাঁৱত ১০ জন লোকৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি । নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ উপৰিও উজৰাগাঁও আৰু কন্দলিত স্থাপন কৰা তিনিখনকৈ COVID হাস্পতালত ভৰ্তি কৰোৱা হৈছে আক্ৰান্ত লোকসকলক । হোজাই আৰু কাৰ্বি আংলং জিলাৰ কৰ'ণা আক্ৰান্ত ৰোগীকো ভৰ্তি কৰোৱা হৈছে নগাঁৱৰ কৰ'ণা হাস্পতালত ।

লগতে চাওকঃ তেজপুৰত চিকিৎসাধীন ৰোগীৰ দেহত COVID-19পজিটিভ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.