নগাঁও, 1 অক্টোবৰঃ নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ অভাৱত মঙলবাৰে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । চিকিৎসালয়খনৰ শৈল্য বিভাগৰ এজনো চিকিৎসক উপস্থিত নথকাক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰে ৰোগীৰ আত্মীয় তথা স্থানীয় ৰাইজ ৷ চিকিৎসালয়খনত উপস্থিত থকা ৰোগীৰ আত্মীয়ই জনোৱা মতে চিকিৎসালয়খনৰ মহিলা ভেষজ কক্ষত মঙলবাৰে পুৱাৰেই পৰা উপস্থিত হোৱা নাই এজনো চিকিৎসক । উপযুক্ত চিকিৎসাৰ অভাৱত ভেষজ কক্ষত ভৰ্তি হৈ থকা কেইবাজনো ৰোগীৰ অৱস্থা গুৰুতৰ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে । আনকি একেটা কক্ষতে ভৰ্তি হৈ থকা নগাওঁ কোচলখোৱাৰ মীনা বেগম নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় মঙলবাৰে । হৃদৰোগত আক্ৰান্ত মহিলাগৰাকীৰ চিকিৎসাৰ অভাৱতে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।
চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ অনুপস্থিতিত হাহাকাৰ ৰোগীৰ - Indiscipline doctors timing in Nagaon Civil Hospital news
নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ অনুপস্থিতিত ৰোগীৰ মাজত হাহাকাৰ ৷ চিকিৎসাৰ অভাৱত হৃদৰোগত আক্ৰান্ত মহিলাৰ মৃত্যু হোৱাৰ উত্থাপিত হৈছে অভিযোগ ৷
নগাঁও, 1 অক্টোবৰঃ নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ অভাৱত মঙলবাৰে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । চিকিৎসালয়খনৰ শৈল্য বিভাগৰ এজনো চিকিৎসক উপস্থিত নথকাক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰে ৰোগীৰ আত্মীয় তথা স্থানীয় ৰাইজ ৷ চিকিৎসালয়খনত উপস্থিত থকা ৰোগীৰ আত্মীয়ই জনোৱা মতে চিকিৎসালয়খনৰ মহিলা ভেষজ কক্ষত মঙলবাৰে পুৱাৰেই পৰা উপস্থিত হোৱা নাই এজনো চিকিৎসক । উপযুক্ত চিকিৎসাৰ অভাৱত ভেষজ কক্ষত ভৰ্তি হৈ থকা কেইবাজনো ৰোগীৰ অৱস্থা গুৰুতৰ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে । আনকি একেটা কক্ষতে ভৰ্তি হৈ থকা নগাওঁ কোচলখোৱাৰ মীনা বেগম নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় মঙলবাৰে । হৃদৰোগত আক্ৰান্ত মহিলাগৰাকীৰ চিকিৎসাৰ অভাৱতে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।
Body:নগাওঁ ভোগেশ্বৰী ফুকণনী অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ অভাৱত মঙলবাৰে সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ। চিকিৎসালয়খনৰ শৈল্য বিভাগৰ এজনো চিকিৎসক উপস্থিত নথকাক লৈয়ে সৃষ্টি হৈছে এই পৰিস্থিতিৰ। শিকিৎসালয়খনৰ মহিলা ভেষজ কক্ষত মঙলবাৰে পুৱাৰে পৰা উপস্থিত হোৱা নাই এজনো চিকিৎসক। নাৰ্চেই চলাবলগীয়া হৈছে চিকিৎসা। ভেষজ কক্ষত ভৰ্তি হৈ থকা কেইবাজনো ৰোগীৰ অৱস্থা হৈ পৰে গুৰুতৰ। চিকিৎসাৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে ৰোগী। আনকি একেটা কক্ষতে ভৰ্তি হৈ থকা নগাওঁ কোচলখোৱাৰ মীনা বেগম নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় মঙলবাৰে। হৃদৰোগত আক্ৰান্ত মহিলাগৰাকীৰ চিকিৎসাৰ অভাৱতে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে।
bite
Conclusion:অৱশ্যে হৃদৰোগত আক্ৰান্ত মহিলাগৰাকীক দুদিন পূৰ্বেই চিকিৎসকে উন্নত চিকিৎসাৰ গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিছিল যদিও অৰ্থৰ অভাৱত নিব পৰা নাছিল বুলি উল্লেখ কৰে চিকিৎসালয়খনৰ কৰ্তব্যৰত নাৰ্চে। মঙলবাৰে পুৱাৰ পৰা চিকিৎসক নথকাৰ কথাও স্বীকাৰ কৰিলে খোদ নাৰ্চেই।
bite, নাৰ্ছ।
---------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১-১০-১৯
TAGGED:
Nagaon Civil Hospital