ETV Bharat / state

শিক্ষাৰ্থী অবিহনে চামগুৰিত পালন শিক্ষক দিৱস

কৰ’ণাৰ বিভীষিকাৰ বাবে এইবছৰ আনুষ্ঠানিকতা ৰক্ষা কৰি চামগুৰিৰ ফ্ল’ৰেঞ্চ একাডেমীত আয়োজন কৰা হয় শিক্ষক দিৱস ৷

author img

By

Published : Sep 6, 2021, 1:16 PM IST

teachers-day-celebration-at-samaguri
চামগুৰি ফ্ল’ৰেঞ্চ একাডেমীত পালন শিক্ষক দিৱস

চামগুৰি, 6 ছেপ্তেম্বৰ : চামগুৰিৰ ফ্লৰেঞ্চ একাডেমীত দেওবাৰে শিক্ষক দিৱস পালন কৰা হয় । ক’ভিড মহামাৰীৰ বাবে এইবাৰ বিদ্যালয়খনত সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজত আনুষ্ঠানিকতা ৰক্ষা কৰিহে শিক্ষক দিৱস পালন কৰা হয় ৷

teachers-day-celebration-at-samaguri
চামগুৰিৰ ফ্ল’ৰেঞ্চ একাডেমীত পালন শিক্ষক দিৱস

ছাত্ৰ-ছাত্ৰী নথকাকৈ কেৱল শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতিতহে অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় শিক্ষক দিৱসৰ । উক্ত অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ প্ৰদীপ দাস ।

উল্লেখ্য যে, সাধাৰণতে শিক্ষক-ছাত্ৰ সমাজে অতি উলহ-মালহেৰে উদযাপন কৰে ৷ কৰ’ণাৰ বিভীষিকাৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ বাবে নাছিল আগৰ সেই উৎসাহ-উদ্দীপনা । তথাপিও আনুষ্ঠানিকতা ৰক্ষা কৰি সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজেৰে বিদ্যালয়খনত আয়োজন কৰা হয় শিক্ষক দিৱস ।

লগতে পঢ়ক : পূৱ মাজুলী ছাত্ৰ সন্থাৰ উদ্যোগত শিক্ষক দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.