ETV Bharat / state

নগাঁৱৰ উদমাৰিত চাহ শ্ৰমিকৰ প্ৰতিবাদ

author img

By

Published : Aug 6, 2020, 7:31 PM IST

উদমাৰী চাহ বাগিচাত এজন কিশোৰৰ মৃত্যু হোৱাক কেন্দ্ৰকৰি উত্তপ্ত পৰিস্থিতি । চাহ শ্ৰমিক ঘেৰাও কৰিলে চাহ বাগিচা খনৰ উদমাৰী শাখা কাৰ্যালয়।

Tea labour protest at nagoan udmari
নগাঁৱৰ উদমাৰিত চাহ শ্ৰমিকৰ প্ৰতিবাদ

নগাঁও,6 আগষ্টঃ নগাঁৱৰ উদমাৰী চাহ বাগিচাত এজন কিশোৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। উল্লেখযোগ্য যে, চাহ বাগিচা খনৰ গুৰুতৰভাৱে অসুস্থ এগৰাকী কিশোৰক এম্বুলেঞ্চৰে নগাঁৱলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতো কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ।

নগাঁৱৰ উদমাৰিত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ইপিনে পৰৱৰ্তী সময়ত কিশোৰজনৰ মৃত্যু হোৱাত বৃহস্পতিবাৰে শতাধিক ক্ষুব্ধ চাহ শ্ৰমিকে চাহ বাগিচাৰ উদমাৰী শাখা কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে উদমাৰী শাখা চাহ বাগিচাৰ কাৰ্যালয়ৰ অধীনত এখন স্থায়ী এম্বুলেঞ্চ, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাৰ দাবীত কেবাটাও চাহ জনজাতি সংগঠনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

লগতে পঢ়কঃ বৰপেটা অসামৰিক চিকিৎসালয়ত প্ৰথম জন কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.