- কলিয়াবৰ আৰক্ষীৰ সফলতা ৷
- শুকুৰবাৰে নিশা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চিলনী চোৰৰ আঠজনীয়া এটা বৃহৎ দল আটক কৰা হয় ৷
- বিশেষ সূত্ৰৰ আধাৰত চিলনী চোৰৰ দলটোক আটক কৰা হয় ৷
- ইপিনে আজি পুৱা জখলাবন্ধা আৰক্ষী নিৱেশৰ সন্মুখত পালচাৰ মটৰচাইকেলসহ আৰক্ষীয়ে দুটা চোৰ আটক কৰে ৷
- অসমৰ বিভিন্ন স্থানত চিলনী চোৰৰ দলটোৱে সন্ত্ৰাস চলোৱা বুলি সন্দেহ আৰক্ষীৰ ৷
- দলটোৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সন্দেহজনক সামগ্ৰী জব্দ কৰে ৷
- অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে আনুষ্ঠানিকভাবে কোনো তথ্য প্ৰকাশ কৰা নাই ৷
কলিয়াবৰ আৰক্ষীৰ জালত চিলনী চোৰৰ দল - আঠজনীয়া এটা বৃহৎ দল
শুকুৰবাৰে নিশা কলিয়াবৰ মহকুমা আৰক্ষীয়ে চোৰৰ এটা বৃহৎ দল আটক কৰাৰ পাচতে আজি পুনৰ আৰক্ষীয়ে দুটা চোৰ আটক কৰে ৷
কলিয়াবৰ আৰক্ষীৰ জালত চিলনী চোৰৰ দল
- কলিয়াবৰ আৰক্ষীৰ সফলতা ৷
- শুকুৰবাৰে নিশা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চিলনী চোৰৰ আঠজনীয়া এটা বৃহৎ দল আটক কৰা হয় ৷
- বিশেষ সূত্ৰৰ আধাৰত চিলনী চোৰৰ দলটোক আটক কৰা হয় ৷
- ইপিনে আজি পুৱা জখলাবন্ধা আৰক্ষী নিৱেশৰ সন্মুখত পালচাৰ মটৰচাইকেলসহ আৰক্ষীয়ে দুটা চোৰ আটক কৰে ৷
- অসমৰ বিভিন্ন স্থানত চিলনী চোৰৰ দলটোৱে সন্ত্ৰাস চলোৱা বুলি সন্দেহ আৰক্ষীৰ ৷
- দলটোৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সন্দেহজনক সামগ্ৰী জব্দ কৰে ৷
- অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে আনুষ্ঠানিকভাবে কোনো তথ্য প্ৰকাশ কৰা নাই ৷
Intro:কলিয়াবৰ পুলিচৰ বৃহৎ সাফল্য
চিলনী চোৰৰ বৃহৎ দল আটক
দুই মটৰ চাইকেল চোৰ আটকBody:আজি পুৱা জখলাবন্ধা আৰক্ষী নিৱেশৰ সন্মুখত পাল্চাৰ মটৰচাইকেলসহ দুটা চোৰ আটক কৰে। কালি নিশা বিশেষ সূত্ৰৰ আধাৰত চিলনী চোৰৰ আঠজনীয়া এটা বৃহৎ দলক কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আটক কৰে। অসমৰ বিভিন্ন স্থানত সন্ত্ৰাস চলোৱা চিলনী চোৰ বুলি সন্দেহ কৰা হৈছে। দলটোৰ পৰা ভালেমান সন্দেজনক সামগ্ৰী জব্দ কৰা হৈছে। আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে। অৱশ্যে এতিয়াও আনুষ্ঠানিকভাবে তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে।Conclusion:photos/visuals