ETV Bharat / state

অখিল গগৈক মুক্তিৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

নগাঁওত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ কা আন্দোলনৰ পৰা কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে মহানগৰীৰ দেৱালত অংকন কৰা হৈছিল অখিল গগৈৰ ছবি ৷ তাৰ পাছতে মহানগৰ আৰক্ষীয়ে চিত্ৰ শিল্পী আৰু ছাত্ৰ মুক্তিৰ নেতাক চিত্ৰ অংকনৰ অপৰাধত আতক কৰে ৷

author img

By

Published : Nov 20, 2020, 5:13 PM IST

as_ngn_03_smss_protest_dl_7203829
অখিল গগৈক মুক্তিৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

নগাঁও,20 নৱেম্বৰ : নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত অখিল গগৈৰ ছবি সম্বলিত বেনাৰ আঁৰি প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ কলেজ পইন্টতো প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কা আন্দোলনৰ পৰা কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে মহানগৰীৰ দেৱালত অংকন কৰা হৈছিল অখিল গগৈৰ ছবি ৷

চিত্ৰ অংকন কৰাৰ পাছতে চিত্ৰ শিল্পী আৰু ছাত্ৰ মুক্তিৰ নেতাক চিত্ৰ অংকনৰ অপৰাধত আটক কৰে মহানগৰ আৰক্ষীয়ে ৷ তাৰ পাছতে প্ৰতিবাদ মুখৰ হৈ পৰে সমগ্ৰ ৰাজ্য ৷ সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি ৰাজপথলৈকে সকলোতে প্ৰতিবাদ সাব্যস্ত কৰে একাংশই ৷ শুকুৰবাৰে অখিল গগৈৰ চিত্ৰ সম্বলিত বেনাৰ আঁৰি বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক: শিৱসাগৰৰ ঐতিহাসিক যমুনা জলাশয়ত বেদখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.