ETV Bharat / state

প্ৰাণৰ সংশয়ত নগাঁৱৰ আদালতত উপস্থিত নহ'ল অনিল ৰাজা !!

author img

By

Published : Oct 22, 2019, 2:56 PM IST

"মই সন্দেহবাদী নহয়, সন্দেহবাদী লোকৰ ঘৈণী গুচি যায়;মই স্পষ্টবাদী" অনিল ৰাজাৰ বিৰুদ্ধে গোচৰ তৰি নগাঁও আদালতত উপস্থিত হৈ এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ৷

আদালতত অনুপস্থিত অনিল ৰাজা

নগাঁও, 22 অক্টোবৰ: এসময়ৰ সতীৰ্থ কংগ্ৰেছ নেতা অনিল ৰাজাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্থাপন কৰা কেতবোৰ অভিযোগক প্ৰত্যাহ্বান জনাই নগাঁও আদালতত অনিল ৰাজাৰ বিৰুদ্ধে গোচৰ তৰিছিল ৰকিবুল হুছেইনে। মঙলবাৰে গোচৰটোৰ শুনানিৰ বাবে অনিল ৰাজা আদালতত উপস্থিত নোহোৱাৰ বাবে অনিল ৰাজাক মিথ্যাচাৰী আখ্যা দিলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। ইয়াৰোপৰি অন্য লোকৰ প্ৰৰোচনাত অনিল ৰাজাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে মিছা অভিযোগ কৰিছিল আৰু এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে।

আদালতত অনুপস্থিত অনিল ৰাজা

ৰকিবুল হুছেইনে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা আন এক গোচৰত উপস্থিত হোৱাৰ সময়ত চিয়াঁহী আক্ৰমণৰ সন্মুখীন হৈছিল অনিল ৰাজা। যাৰ বাবে নিৰাপত্তাৰ অভাৱত প্ৰাণৰ আশংকাত ৰকিবুল হুছেইনৰ গৃহ জিলা নগাঁৱত অনিল ৰাজা উপস্থিত নোহোৱা বুলি দাবী কৰিলে অনিল ৰাজাৰ পক্ষৰ জ্যেষ্ঠ অধিবক্তা আবুল হাচিম খন্দকৰে।

Intro:মই সন্দেহবাদী নহয়। সন্দেহবাদী লোকৰ ঘৈণী গুচি যায়। মই স্পষ্টবাদী। অনিল ৰজাৰ বিৰুদ্ধে তৰা গোচৰত নগাওঁ আদালতত উপস্থিত হৈ মন্তব্য ৰকিবুল হুছেইনৰ। প্ৰাণৰ আশংকাত আদালতত উপস্থিত নোহোৱাৰ দাবী অভিযুক্ত অনিল ৰাজা ৰ অধিবক্তাৰ।

Body:এসময়ৰ সতীৰ্থ কংগ্ৰেছ নেতা অনিল ৰাজাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্থাপন কৰা কেতবোৰ অভিযোগক প্ৰত্যাহ্বান জনাই নগাওঁ আদালততো ৰাজাৰ বিৰুদ্ধে গোচৰ তৰিছিল ৰকিবুল হুছেইনে। মঙলবাৰে গোচৰটোৰ শুনানিত অনিল ৰাজা উপস্থিত হোৱা নাই যদিও আদালতত উপস্থিত হৈ অনিল ৰাজাক মিথ্যাচাৰ আখ্যা দিলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। অসুস্থতাৰ অজুহাতত অনিল ৰাজাই আদালততো মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ কৰিছে ৰকিবুল হুছেইনে। অনিল ৰাজাই বেলেগৰ প্ৰৰোচনাতহে হুছেইনৰ বিৰুদ্ধে মিছা অভিযোগ কৰিছিল বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে। এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে। এই ষড়যন্ত্ৰত কোন জড়িত থকাৰ সন্দেহ কৰে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰকিবুল হুছেইনৰ মন্তব্য। মই সন্দেহবাদী নহয়। সন্দেহবাদী লোকৰ ঘৈণী গুচি গুচি যায়।
bite, ৰকিবুল হুছেইন, অধিবক্তা
vo- ইপিনে ৰকিবুল হুছেইনে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা আন এক গোচৰত উপস্থিত হোৱাৰ সময়ত চিয়াঁহী আক্ৰমণৰ সন্মুখীন হৈছিল অনিল ৰাজা। যাৰ বাবে নিৰাপত্তাৰ অভাৱত প্ৰাণৰ আশংকাত ৰকিবুল হুছেইনৰ গৃহ জিলা নগাঁৱত অনিল ৰাজা উপস্থিত নোহোৱা বুলি দাবী কৰিলে অনিল ৰাজাৰ পক্ষৰ জ্যেষ্ঠ অধিবক্তা আবুল হাচিম খন্দকৰে।
bite,
--------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২২-১০-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.