ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত দুই দুৰ্ধর্ষ ডকাইত - নগাঁও আৰক্ষী

গাঁৱত হৈ থকা ধাৰাবাহিক চুৰি-ডকাইতিত জড়িত বাহাৰুল আৰু জাকিৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নাইন এম এম পিষ্টলৰ তিনি জাঁইকৈ সজীৱ গুলী। ধৃত ডকাইত দুটাক মাৰাথান জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।

নগাঁও আৰক্ষীৰ জালত দুই দুধর্ষ ডকাইতঃ উদ্ধাৰ তিনি জাই সজীৱ গুলী
author img

By

Published : Jun 11, 2019, 10:56 PM IST

নগাঁও , 11 জুনঃ নগাঁও চহৰত বিগত কিছুদিন ধৰি চোৰ, ডকাইতে সন্ত্ৰাস চলোৱাৰ সময়ত মঙলবাৰে আৰক্ষীৰ জালত পৰিল দুই দুৰ্ধর্ষ ডকাইত ৷ নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ পৰিদৰ্শক জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁৱৰ চিলঙনিৰ পৰা আটক কৰে বাহাৰুল ইছলাম আৰু জাকিৰ হুছেইন নামৰ দুধর্ষ ডকাইত দুটাক।

নগাঁও আৰক্ষীৰ জালত দুই দুধর্ষ ডকাইতঃ উদ্ধাৰ তিনি জাই সজীৱ গুলী

উল্লেখ্য যে নগাঁৱত হৈ থকা ধাৰাবাহিক চুৰি-ডকাইতিত জড়িত বাহাৰুল আৰু জাকিৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নাইন এম এম পিষ্টলৰ তিনি জাঁইকৈ সজীৱ গুলী। ধৃত ডকাইত দুটাক মাৰাথান জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।

Intro:নগাওঁ আৰক্ষীৰ জালত দুই দুধর্ষ ডকাইত। উদ্ধাৰ তিনি জাই সজীৱ গুলী।

Body:নগাওঁ চহৰত বিগত কিছুদিন ধৰি চিলনী চোৰে সন্ত্ৰাস চলোৱাৰ সময়ত মঙলবাৰে আৰক্ষীৰ জালত পৰিছে চিলনী চুৰিতো জড়িত দুই দুধর্ষ ডকাইত। নগাওঁ আৰক্ষীৰ বিশেষ শাখাৰ উপ পৰিদৰ্শক জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁৱৰ চিলঙনিৰ পৰা আটক কৰে বাহাৰুল ইছলাম আৰু জাকিৰ হুছেইন নামৰ দুই দুধর্ষ ডকাইতক। নগাঁৱত হৈ থকা ধাৰাবাহিক চিলনী চোৰিত জড়িত বাহাৰুল আৰু জাকিৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নাইন এম এম পিষ্টলৰ তিনি জাইকৈ সজীৱ গুলী। ধৃত ডকাইত দুটাক মাৰাথান জেৰা অব্যাহত ৰাখিছে নগাওঁ আৰক্ষীয়ে।
bite. dsp
----------------------/------
ৰকিবুল ওৱাহিদ, নগাওঁ
১১-৬-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.