ETV Bharat / state

বেবেজীয়াত পথ দুৰ্ঘটনাত এজন নিহত - পথ দুৰ্ঘটনা

মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে অহা এখন ট্ৰাকে পথৰ দাঁতিত ৰৈ থকা অন্য এখন ট্ৰাকত খুন্দিওৱাৰ ফলত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ আহতসকলক সম্প্ৰতি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

road accident in Bebejia nagaon assam etv bharat news
পথ দুৰ্ঘটনা
author img

By

Published : Jul 16, 2020, 2:55 PM IST

নগাঁও, 16 জুলাই: নগাঁৱৰ বেবেজীয়াত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে অহা এখন ট্ৰাকে পথৰ দাঁতিত ৰৈ থকা অন্য এখন ট্ৰাকত খুন্দিওৱাৰ ফলত সংঘটিত হৈছে দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত খিয়াম নামৰ ট্ৰাকখনৰ হেণ্ডিমেনগৰাকী থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় চালকসহ আন এগৰাকী লোক ৷

পথ দুৰ্ঘটনা

আনহাতে,আহত কাৰ্বি আংলঙৰ জেফ্ৰিন কেৰ্কেটা আৰু মণিপুৰৰ ডিগেন্দ্র সিং নামৰ ব্যক্তি দুগৰাকীক সম্প্ৰতি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

লগতে চাওকঃ বিটিচিত বিপিএফৰে মিত্ৰতা অস্বীকাৰ বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.