ETV Bharat / state

চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন - Road accident at Samoguri of Nagaon

এখন নৈশ বাছ আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত বাছখনৰ চালক ৷ লগতে আহত হয় আন দুজনকৈ লোক ৷

Road accident at Samoguri of Nagaon
চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
author img

By

Published : May 29, 2020, 11:57 AM IST

নগাঁও, 29 মে': লক ডাউনৰ মাজতে শুকুৰবাৰে কাহিলী পুৱাতে চামগুৰিৰ গটঙাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন নৈশ বাছ আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষত থিতাতে নিহত বাছখনৰ চালক ৷ লগতে আহত হয় আন দুজনকৈ লোক ৷ নিহত চালক জন শ্বিলঙৰ সঞ্জয় পাল বুলি জানিব পৰা গৈছে ৷

চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

উল্লেখ্য যে, দুর্ঘটনাগ্ৰস্ত বাছখনৰ ভিতৰৰ পৰা বহু সময়ৰ পাছতহে উদ্ধাৰ কৰা হয় চালকজনৰ মৃতদেহ ৷ বাছখনত নাছিল অইন কোনো যাত্ৰী ৷ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ ইণ্ডো-নেপাল সীমান্তত পানীৰ যোগান বন্ধ নেপালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.