ETV Bharat / state

পথ দুর্ঘটনাক কেন্দ্ৰ কৰি বঢ়মপুৰৰ বুকলুংত উত্তেজনা

author img

By

Published : Oct 6, 2019, 7:50 PM IST

নগাঁৱৰ কঠিয়াতলি বুকলুংত পথ দুর্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত তিনিজনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় । আহতলোক সকলক স্থানীয় ৰাইজে নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

পথ দুর্ঘটনাক কেন্দ্ৰ কৰি বঢ়মপুৰৰ বুকলুংত উত্তেজনা

নগাঁও, 6 অক্টোবৰঃ নগাঁৱৰ কঠিয়াতলি বুকলুংত পথ দুর্ঘটনা ৷ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতি ৷

দুৰ্গাপূজা অষ্টমীৰ আনন্দ উল্লাসৰ মাজতে বঢ়মপুৰৰ কঠিয়াতলি বুকলুংত উত্তেজনাময় পৰিবেশ সৃষ্টি হয় । কঠিয়াতলী বুকলঙত আলট্ৰা বাছ এখনৰ পিছফালে পছন্দ খুন্দা মাৰে কামপুৰ অভিমুখে আহি থকা এখন AS02-AC5707 নম্বৰৰ ট্ৰেভেলাৰে । দুৰ্ঘটনাত ট্ৰেভেলাৰ খনৰ তিনিজনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰেভেলাৰ চালকজনে পলায়ন কৰে । ততালিকে আহতলোকসকলক স্থানীয় ৰাইজে নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ উক্ত ঘটনাত স্থানীয় ৰাইজ উত্তেজিত হৈ ঘাইপথটো অৱৰোধ কৰে ৷

আনহাতে উক্ত পথটোত গতিৰোধ নিয়ন্ত্ৰণৰ বাবে উপযুক্ত ব্যৱস্থা কৰিবলৈ আৰক্ষী প্ৰশাসনক দীৰ্ঘদিনৰে পৰা আহ্বান জনাইছিল যদিও কোনো ধৰণৰ ব্যৱস্থা নকৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ৷ ঘটনাস্থলীত কঠিয়াতলী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

Intro:পথ দুর্ঘটনাক কেন্দ্ৰ কৰি বঢ়মপুৰৰ কঠিয়াতলি বুকলুংত উত্তেজনা ।

Achor =দুৰ্গাপূজা অষ্টমীৰ আনন্দ উল্লাসৰ মাজতে বঢ়মপুৰৰ কঠিয়াতলি বুকলুংত উত্তেজনাময় পৰিবেশ সৃষ্টি হয়। পথ দুর্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয়এই উত্তেজনা। কঠিয়াতলী বুকলঙত যাত্ৰী নমাই থকা আলট্ৰা বাছৰ পিছফালে পছন্দ খুন্দা মাৰে নগাঁৱৰ পৰা কামপুৰৰ অভিমুখে আহি থকা এখন ট্ৰেভেলাৰে। দুৰ্ঘটনাত ট্ৰেভেলাৰ খনৰ তিনিজনকৈ যাত্ৰী আহত হয়। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰেভেলাৰ চালকে পলায়ন কৰে। স্থানীয় ৰাইজ উত্তেজিত হৈ ৰাইজে পথ অৱৰোধ কৰা লগতে গতিৰোধ নিৰ্মাণৰ দাবী জনায়। পিছত ঘটনা স্থলীত পলমকৈ কঠিয়াতলী আৰক্ষী উপস্থিত হোৱাত ৰাইজ ক্ষোভিত হৈ পৰে যদিও পৰবৰ্তী পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।দুর্ঘটনাগস্ত ট্ৰেভেলাৰ খনৰ নম্বৰ AS02-AC5707 ।Body:Byte = স্থানীয় ৰাইজ ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.