ETV Bharat / state

ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতালৈ ৰহাৰ স্তুতি দেৱী

বিদ্যা ভাৰতীৰ ৩২ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত ৰহা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী ৷

author img

By

Published : Sep 22, 2019, 8:30 PM IST

ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতালৈ ৰহাৰ স্তুতি দেৱী

ৰহা, 22 চেপ্তেম্বৰঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অহা ২ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ ৷ প্ৰয়াগৰাজত অনুষ্ঠিত হ’বলগা বিদ্যা ভাৰতীৰ ৩২ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ যোগাসন প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত হৈছে ৰহা শংকৰদেব শিশু বিদ্যা নিকেতনৰ স্তুতি দেৱী নামৰ ছাত্ৰীগৰাকী ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই যোগাসন প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে সাজু হৈছে ৰহা ৰজাগাঁওৰ নিবাসী নকুল চন্দ্ৰ নাথৰ কন্যা তথা ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী স্তুতি দেৱী ৷

ইতিপূৰ্বে নিকেতনখনৰ এই ছাত্ৰীগৰাকীয়ে বিদ্যা ভাৰতীৰ সংকুল আৰু প্ৰান্তীয় পৰ্যায়ত অনুষ্ঠিত হোৱা যোগাসন প্ৰতিযোগিতাত স্থান লাভ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে এতিয়া অসমৰ হৈ অংশগ্ৰহণৰ সুবিধা লাভ কৰাত আনন্দিত হৈ পৰিছে ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য আচাৰ্যা সকলৰ লগতে ৰহাবাসী ৷ উল্লেখ্য যে, অসমৰ শিশু শিক্ষা সমিতিৰ অধীনত থকা বিদ্যালয় সমূহৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ২৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে তত্বাৱধায়ক আৰু খেল পৰিচালক সহ ৩৫ জনীয়া এটা দল ৩০ চেপ্তেম্বৰত গুৱাহাটীৰ পৰা উত্তৰ প্ৰদেশলৈ ৰাওনা হব ।

Intro: ৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতা

* বিদ্যা ভাৰতীৰ ৩২ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত ৰহা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী *Body: উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অহা ২ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ ৷ প্ৰয়াগৰাজত অনুষ্ঠিত হ’বলগা লগা বিদ্যা ভাৰতীৰ ৩২ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ যোগাসন প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত হৈছে ৰহা শংকৰদেব শিশু বিদ্যা নিকেতনৰ স্তুতি দেৱী নামৰ ছাত্ৰীগৰাকী ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই যোগাসন প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে সাজু হৈছে ৰহা ৰজাগাঁওৰ নিবাসী নকুল চন্দ্ৰ নাথৰ কন্যা তথা ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী স্তুতি দেৱী ৷ ইতিপূৰ্বে নিকেতনখনৰ এই ছাত্ৰীগৰাকীয়ে বিদ্যা ভাৰতীৰ সংকুল আৰু প্ৰান্তীয় পৰ্যায়ত অনুষ্ঠিত হোৱা যোগাসন প্ৰতিযোগিতাত স্থান লাভ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে এতিয়া অসমৰ হৈ অংশগ্ৰহণৰ সুবিধা লাভ কৰাত আনন্দিত হৈ পৰিছে ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য আচাৰ্যা সকলৰ লগতে ৰহাবাসী ৷উল্লেখ্য যে অসমৰ শিশু শিক্ষা সমিতিৰ অধীনত থকা বিদ্যালয় সমূহৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ২৮ গৰাকী ছাত্ৰ- ছাত্ৰীৰ লগতে তত্বাৱধায়ক আৰু খেল পৰিচালক সহ ৩৫ জনীয়া এটা দল ৩০ চেপ্তেম্বৰত গুৱাহাটীৰ পৰা উত্তৰ প্ৰদেশলৈ ৰাওনা হব ।

Byte = ছাত্ৰী, আচাৰ্য

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.