ETV Bharat / state

শিলঘাটত প্ৰায় 4 ফুট দৈৰ্ঘৰ অজগৰ উদ্ধাৰ

author img

By

Published : Jun 5, 2021, 8:50 PM IST

কলিয়াবৰৰ শিলঘাটৰ আমিন নামৰ লোকজনৰ ঘৰত কুকুৰা ভক্ষণ কৰি থকা অৱস্থা প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰে এটা অজগৰ সাপ ৷ অজগৰটোৰ দৈৰ্ঘ প্ৰায় 4 ফুট হ'ব বুলি সন্দেহ কৰা হৈছে ৷

Python Rescued at Kaliabor
শিলঘাটত প্ৰায় 4 ফুট দৈঘ্য অজগৰ উদ্ধাৰ

কলিয়াবৰ, 5 জুন : নগাঁও জিলাৰ কলিয়াবৰত উদ্ধাৰ কৰা হ'ল এটা প্ৰকাণ্ড অজগৰ সাপ ৷ কলিয়াবৰৰ শিলঘাটৰ এজন লোকৰ ঘৰৰ কুকুৰা গঁড়ালৰ পৰা উদ্ধাৰ হয় অজগৰটো ৷ জানিব পৰা মতে, কলিয়াবৰৰ শিলঘাট টাউনৰ আমিন নামৰ লোকজনৰ ঘৰত কুকুৰা ভক্ষণ কৰি থকা অৱস্থা প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰে অজগৰটোক ৷

Python Rescued at Kaliabor
শিলঘাটত প্ৰায় 4 ফুট দৈঘ্যৰ অজগৰ উদ্ধাৰ

অজগৰটো প্ৰায় চাৰি ফুট দৈৰ্ঘৰ হ'ব বুলি সন্দেহ কৰা হৈছে ৷ জানিব পৰা মতে, অজগৰটোৱে প্ৰায়ে বিভিন্নজনৰ ঘৰত হাঁহ-কুকুৰা খাই অঞ্চলটোত একপ্ৰকাৰ সন্ত্ৰাস চলাই আছিল । উদ্ধাৰ কৰা অজগৰটো শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই ৷

লগতে পঢ়ক: থুৰাজান চাহ বাগিচাত পূৰ্বে নেদেখা বিৰল দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.