ETV Bharat / state

নগাঁৱত পুষ্টি মাহ উপলক্ষে শোভাযাত্ৰা

আটি কামপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা ওলোৱা শোভাযাত্ৰাত অংগনবাডী কৰ্মী-সহায়িকা, স্বাস্থ্য কৰ্মী আৰু শতাধিক স্থানীয় সচেতন মহিলাই অংশগ্ৰহণ কৰে

author img

By

Published : Sep 15, 2019, 10:16 PM IST

নগাঁৱত পুষ্টি মাহ উপলক্ষে শোভাযাত্ৰা

নগাঁও, 15 চেপ্তেম্বৰঃ নগাঁও কামপুৰত ৰাষ্ট্ৰীয় 'পুষ্টি মাহ পালন' ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কঠিয়াতলি খণ্ডৰ উদ্যোগত আৰু কঠিয়াতলি সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত পালন কৰা হয় 'ৰাষ্ট্ৰীয় পুষ্টি মাহ' । নগাঁৱৰ কঠিয়াতলি খণ্ডৰ নিজ কামপুৰ পঞ্চায়তত পুষ্টি মাহ উপলক্ষে শোভাযাত্ৰা বাহিৰ কৰে । আটি কামপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা ওলোৱা শোভাযাত্ৰাত অংগনবাডী কৰ্মী-সহায়িকা, স্বাস্থ্য কৰ্মী আৰু শতাধিক স্থানীয় সচেতন মহিলাই অংশগ্ৰহণ কৰে । গৰ্ভৱতী, প্ৰসূতি আৰু শিশু সকলৰ পুষ্টিহীনতাৰ দিশত সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে শোভাযাত্ৰাৰ ওপৰিও সজাগতামূলক সভা আৰু গৰ্ভৱতী, প্ৰসূতি আৰু শিশু সকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ।

Intro:পুষ্টি মাহ উপলক্ষে নগাঁৱৰ কামপুৰত শুভাযাত্ৰা।

ANCHOR= অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কঠিয়াতলি খণ্ডৰ উদ্যোগত আৰু কঠিয়াতলি সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত ৰাষ্ট্ৰীয় পুষ্টি মাহ পালন কৰা হয়। নগাঁও জিলাৰ কঠিয়াতলি খণ্ডৰ নিজ কামপুৰ পঞ্চায়তত পুষ্টি মাহ উপলক্ষে এক শুভাযাত্ৰা বাহিৰ কৰা হয়। আটি কামপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা ওলোৱা শুভাযাত্ৰাত অংগনৱাডী কৰ্মী-সহায়িকা, স্বাস্থ্য কৰ্মী আৰু শতাধিক স্থানীয় সচেতন মহিলাই অংশগ্ৰহণ কৰে। গৰ্ভৱতী, প্ৰসুতি আৰু শিশু সকলৰ পুষ্টিহীনতাৰ দিশত সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে শুভাযাত্ৰাৰ ওপৰিও সজাগতামূলক সভা আৰু গৰ্ভৱতী, প্ৰসুতি আৰু শিশু সকলৰ স্বাস্থ্য পৰীক্ষাও কৰা হয়।

Byte= উদ্যোগতা।

Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.