ETV Bharat / state

নগাঁৱত উত্তপ্ত পৰিস্থিতি

২৪ ঘণ্টাৰ অধিক সময় নগাঁৱত বিদ্যুৎ নথকাৰ বাবে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ স্থানীয় ৰাইজে নগাঁৱৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত সাব্যস্ত কৰে প্ৰতিবাদ ৷

author img

By

Published : Aug 7, 2019, 12:17 PM IST

নগাঁৱত উত্তপ্ত পৰিস্থিতি

নগাঁও,7আগষ্ট : নগাঁৱৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত নিশা উত্তপ্ত পৰিস্থিতি ৷ উৎকট গৰমত হোৱা বিদ্যুতৰ লোড শ্বেডিঙত অতিষ্ঠ হৈ পৰে নগাঁৱৰ স্থানীয় ৰাইজ ৷ ২৪ ঘণ্টাৰ অধিক সময়ে অঞ্চলটোত নাথাকে বিদ্যুৎ ৷ যাৰ বাবে অঞ্চলবাসী ক্ষোভিত হৈ মঙলবাৰে নিশা শতাধিক পুৰুষ-মহিলা বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ বিভাগটোৰ সহায়ক কেন্দ্ৰৰ পৰাও কোনো সহাৰি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

Intro:নগাঁৱৰ বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ত মাজনিশা উত্তপ্ত পৰিস্থিতি। উৎকট গৰমত বিদ্যুতৰ লুকভাকুত অতিষ্ঠ ৰাইজ।

Body:এফালে উৎকট গৰম আনফালে বিদ্যুতৰ সঘন লুকভাকু। লোড স্বেডিং ৰ নামত ২৪ ঘণ্টাৰ অধিক সময় বিদ্যুৎ যোগান নথকাত অতিষ্ঠ হৈ পৰিছে নগাওঁ চহৰৰ বাসিন্দা। অতিষ্ঠ চহৰখনৰ ৰাইজে নগাঁৱৰ বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ত সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। শতাধিক পুৰুষ মহিলা মাজনিশা কাৰ্যালয়টোত উপস্থিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ। বিভাগটোৰ সহায়ক কেন্দ্ৰৰ পৰাও কোনো সঁহাৰি লাভ নকৰাৰ অভিযোগ ৰাইজৰ।
bite-
-----------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৭-৮-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.