ETV Bharat / state

চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডক লৈ কামপুৰত উত্তাল প্ৰতিবাদ

author img

By

Published : Apr 25, 2021, 10:08 PM IST

চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডক লৈ কামপুৰৰ চাইবুক গাঁৱত তীব্ৰ প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ । ৰহাৰ খাইগড়ত বন কৰা কিশোৰী হিচাপে কৰ্মৰত আছিল চুমিলা ৰংহাংপী ৷

protest-at-saibook-village-on-sumila-ronghangpi-murder-etv-bharat-news
কামপুৰৰ চাইবুক গাঁৱত উত্তাল প্ৰতিবাদ

বঢ়মপুৰ, 25 এপ্ৰিল : কামপুৰৰ চাইবুক গাঁৱত উত্তাল প্ৰতিবাদ । ৰহাৰ খাইগড়ত বন কৰা কিশোৰী চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডক লৈ দেওবাৰে তীব্ৰ প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ । দোষীক ফাঁচীৰ দাবীত কামপুৰৰ চাইবুক গাঁৱত প্ৰতিবাদ কৰি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । চাইবুক মহিলা সংগঠনকে ধৰি কেইবাটাও দল সংগঠনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

কামপুৰৰ চাইবুক গাঁৱত উত্তাল প্ৰতিবাদ

হাতে হাতে প্লে কাৰ্ড লৈ তীব্ৰ প্ৰতিবাদত উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । দোষীক অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে । প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীত মম জ্বলাই মৃত কিশোৰী গৰাকীৰ আত্মাৰ সদগতি কামনা কৰে‌ ৷

লগতে পঢ়ক : ভোট গণনাক লৈ বিশেষ নিৰ্দেশনা জাৰি প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.