ETV Bharat / state

বিদ্যালয়ৰ ভিতৰত ছাত্ৰৰ আত্মহত্যাক লৈ নগাঁৱত প্ৰতিবাদ - বিদ্যালয়ৰ ভিতৰত ছাত্ৰৰ আত্মহত্যাক লৈ নগাঁৱত প্ৰতিবাদ

পাঠদান চলি থকাৰ সময়তে বিদ্যালয়ত ছাত্ৰৰ আত্মহত্যা ৷ আত্মহত্যাক কেন্দ্ৰ কৰি উত্তাল নগাঁও জিলা ৷ ঘটনাৰ উচিত তদন্তৰ আশ্বাস প্ৰশাসনৰ ৷

protest at nagaon because of student suicide at school
বিদ্যালয়ত ছাত্ৰৰ আত্মহত্যাক লৈ নগাঁৱত প্ৰতিবাদ
author img

By

Published : Feb 17, 2020, 12:36 PM IST

Updated : Feb 17, 2020, 3:18 PM IST

নগাঁও,17 ফেব্ৰুৱাৰীঃ পাঠদান চলি থকাৰ সময়তে বিদ্যালয়ৰ ভিতৰত ছাত্ৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে নগাওঁ জিলা। নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠৰ দশম শ্ৰেণীৰ ছাত্ৰই বিদ্যালয়ৰ পঞ্চম মহলাত আত্মহত্যা কৰা ঘটনাৰ পিছত সোমবাৰে বিদ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ কৰে অভিভাৱক তথা স্থানীয় ৰাইজে। ইতিমধ্যে বিদ্য়ালয়ত উপস্থিত হৈ ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিয়ে অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰাই।

বিদ্যালয়ত ছাত্ৰৰ আত্মহত্যাক লৈ নগাঁৱত প্ৰতিবাদ
লগতে পঢ়কঃবৰপেটাত আটক 500 কোটি টকীয়া বৃহৎ বীমা কেলেংকাৰীৰ 3 অভিযুক্তশেহতীয়াকৈ অহা তথ্য মতে ,ছাত্ৰজনৰ আত্মহত্যাৰ বাতৰি প্ৰচাৰ কৰাৰ বাবে সাংবাদিকক আক্ৰমণৰ চেষ্টা একাংশৰ । বিদ্যালয়ৰ স্বত্বাধিকাৰী মুনীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে উত্থাপন হৈছে ছাত্ৰজনক নিৰ্যাতন চলোৱাৰ । মুনীন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰৰ দাবীত বিদ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । প্ৰতিবাদৰ পিছতেই বাতৰি সম্প্ৰচাৰ কৰা সাংবাদিকক আক্ৰমণৰ চেষ্টা মুনীন্দ্ৰ শইকীয়াৰ একাংশ ঘনিষ্ঠৰ । ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰে সাংবাদিকৰ দলটোক ।

Last Updated : Feb 17, 2020, 3:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.