ETV Bharat / state

কলিয়াবৰত কান্ধত চিলিণ্ডাৰ লৈ কংগ্ৰেছ নেতাৰ প্ৰতিবাদ

author img

By

Published : Feb 24, 2021, 5:40 PM IST

Updated : Feb 24, 2021, 7:17 PM IST

মূল্যবৃদ্ধি ৰোধৰ দাবীৰে কলিয়াবৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে কংগ্ৰেছে । কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটী আৰু কলিয়াবৰ কিষাণ কংগ্ৰেছ কমিটীৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে দলৰ কৰ্মকৰ্তাসকলে । কান্ধত চিলিণ্ডাৰ লৈ অসম বচোৱাৰ আহ্বান কংগ্ৰেছ নেতাৰ ।

কলিয়াবৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
কলিয়াবৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

কলিয়াবৰ, ২৪ ফেব্ৰুৱাৰী: 'অসম বচাও আহক' অভিযানৰ অংশৰূপে বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে । মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত নগাঁৱৰ মিছাৰ পেট্ৰ'ল পাম্পতো কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।

কলিয়াবৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
কলিয়াবৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

কান্ধত চিলিণ্ডাৰ লৈ ক্ষোভ উজাৰিলে কংগ্ৰেছ নেতাই । কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটী আৰু কলিয়াবৰ কিষাণ কংগ্ৰেছ কমিটীৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে দলৰ কৰ্মকৰ্তাসকলে । বজাৰত লাগিছে জুই, মোডী চৰকাৰ আছে শুই আদি শ্ল'গানেৰে উত্তাল কৰি তোলে মিছাৰ পেট্ৰ'ল পাম্প ।

লগতে পঢ়ক:ধুবুৰীত মুকলি 'ৰাইজৰ দল'ৰ জিলা কাৰ্যালয়

Last Updated : Feb 24, 2021, 7:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.