ETV Bharat / state

কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাকলৈ কলিয়াবৰত সজাগতা সভা - সজাগতা সভা

সমাগত বাৰিষাৰ বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা সুৰক্ষিত স্থান বিচাৰি ওলাই অহা জীৱ-জন্তুৰ যাতে কোনোধৰণৰ ক্ষতি নহয় তাৰ বাবে কেনেধৰণৰ সাৱধানতা আৰু সুৰক্ষা ব‍্যৱস্থা ল'ব লাগে সেই বিষয়ে এই সজাগতা সমাত ৰাইজক অৱগত কৰা হয়।

কলিয়াবৰত বন্যপ্ৰাণীৰ সুৰক্ষাৰ সন্দৰ্ভত সজাগতা সভা
author img

By

Published : Jun 13, 2019, 11:16 PM IST

কলিয়াবৰ, 13জুনঃ বৃহস্পতিবাৰে বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্য‍ালয়ৰ সৌজন‍্যত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ উদ‍্যোগত এক সজাগতা সভা কলিয়াবৰত অনুষ্ঠিত হয় ৷ এই সভাত ৰাষ্ট্ৰীয় উদ‍্যানখনৰ সঞ্চালক আকাশদ্বীপ বৰুৱা আৰু কাজিৰঙা বুঢ়াপাহাৰ বনাঞ্চলিক প্ৰাধিকাৰী ৰোহিনী শইকীয়া উপস্থিত থাকে।

সমাগত বাৰিষাৰ বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা সুৰক্ষিত স্থান বিচাৰি ওলাই অহা জীৱ-জন্তুৰ যাতে কোনোধৰণৰ ক্ষতি নহয় তাৰ বাবে কেনেধৰণৰ সাৱধানতা আৰু সুৰক্ষা ব‍্যৱস্থা ল'ব লাগে সেই বিষয়ে এই সজাগতা সমাত ৰাইজক অৱগত কৰা হয়। সভাত জখলাবন্ধা আৰক্ষী নিবেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিযষয়া নিপু কলিতাই অংশগ্ৰহণ কৰি আৰক্ষীৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

Intro:বানৰ সময়ত বন‍্য জীৱ-জন্তুৰ সুৰক্ষা ব‍্যৱস্থাৰ ওপৰত সজাগতা সভা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ উদ‍্যোগত কলিয়াবৰত সজাগতা সভাBody:সমাগত বাৰিষাত হ'বলগীয়া বনৰ সময়ত বন‍্য জীৱ-জন্তুৰ সুৰক্ষা ব‍্যৱস্থাৰ ওপৰত সজাগতা সভাৰ আয়োজন। বৃহস্পতিবাৰে বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্য‍্যালয়ৰ সৌজন‍্যত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ উদ‍্যোগত এই সভাত ৰাষ্ট্ৰীয় উদ‍্যানখনৰ সঞ্চালক আকাশদ্বীপ বৰুৱা আৰু কাজিৰঙা বুঢ়াপাহাৰ বনাঞ্চলিক প্ৰাধিকাৰী ৰোহিনী শইকীয়া উপস্থিত থাকে। সমাগত বাৰিষাৰ বানৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা সুৰক্ষিত স্থান বিচাৰি ওলাই অহা জীৱ-জন্তু যাতে কাষৰীয়া নসাধাৰণৰ ৰোষৰ বলি নহয় তাৰ বাবে কেনেধৰণৰ সাৱধানতা আৰু সুৰক্ষা ব‍্যৱস্থা ল'ব লাগে সেই বিষয়ে এই সজাগতা সমাত ৰাইজক অৱগত কৰা হয়। সভাত জখলাবন্ধা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিযষয়া নিপু কলিতায়ে অংশগ্ৰহণ কৰি আৰক্ষীৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।Conclusion:photos
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.