ETV Bharat / state

নগাঁৱৰ জুৰীয়াত পঞ্চায়ত সভাপতিৰ ওপৰত আক্ৰমণ - -naugaon-distric

নগাঁৱৰ জুৰীয়াত পঞ্চায়ত সভাপতি মোজাম্মিল হুছেইনক আক্ৰমণ। সংকটজনক অৱস্থাত নাৰ্ছিংহোমত চিকিৎসাধীন

পঞ্চায়ত সভাপতিৰ ওপৰত আক্ৰমণ
author img

By

Published : Jul 4, 2019, 6:22 PM IST

নগাঁও,4 জুলাই : নগাঁৱৰ জুৰীয়াত পঞ্চায়ত সভাপতিক আক্ৰমণৰ ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। জুৰীয়াৰ মাহেৰিপাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত সভাপতি মোজাম্মিল হুুছেইনক বৃহস্পতিবাৰে পুৱা দাৰে আক্ৰমণ কৰে জিয়াবুৰ ৰহমান নামৰ এজন স্থানীয় যুৱকে ।এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা সভাপতিজনক ভৰ্তি কৰোৱা হয় নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত। সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে সভাপতি মোজাম্মিল হুছেইন ৷ স্থানীয় লোকৰ দাবী যে অসামাজিক কাৰ্যত বাধা প্ৰদান কৰাৰ বাবেই সভাপতিজনক আক্ৰমণ কৰে নিচাসক্ত হৈ থকা যুৱকজনে ৷ ৰাইজৰ অভিযোগ, যুৱকজন নাৰী সৰহবৰাহকাৰী চক্ৰৰ লগত জড়িত। ইতিমধ্যেই স্থানীয় ৰাইজে অভিযুক্ত যুৱক জিয়াবুৰ ৰহমানৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে জুৰীয়া আৰক্ষী থানাত।

পঞ্চায়ত সভাপতি মোজাম্মিল হুছেইনক আক্ৰমণ

Intro:নগাঁৱৰ জুৰীয়াত পঞ্চায়ত সভাপতিক আক্ৰমণৰ। সংকটজনক অৱস্থাত ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন।

Body:নগাঁৱৰ জুৰীয়াত পঞ্চায়ত সভাপতিক আক্ৰমণৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। জুৰীয়াৰ মাহেৰিপাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত সভাপতি মোজাম্মিল হুছেইনক বৃহস্পতিবাৰে পুৱা দা ৰে আক্ৰমণ কৰে স্থানীয় এজন যুৱকে। নিচাসক্ত হৈ থকা যুৱকজনক অসামাজিক কাৰ্য্যত বাধা প্ৰদান কৰাৰ বাবেই পঞ্চায়ত সভাপতিজনক আক্ৰমণ কৰা বুলি দাবী কৰিছে স্থানীয় লোকে। আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মোজাম্মিলক ভৰ্তি কৰোৱা হয় নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত। সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে পঞ্চায়ত সভাপতি মোজাম্মিল হুছেইন। একে গাঁৱৰে জিয়াবোৰ ৰহমান নামৰ এজন যুৱকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যেই এজাহাৰ দাখিল কৰিছে জুৰীয়া আৰক্ষী থানাত।
bite.
------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৪-৭-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.