ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা

author img

By

Published : Nov 23, 2020, 4:35 PM IST

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু-আৰোগ্য কামনা কৰি ৰাজ্যজুৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে সকলোৱে ৷ ১৯ নং বৰচিলা সমষ্টিৰ তিৱা স্বায়ত্ব পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ধৰ্মেন্দ্ৰে নাথ বৰদলৈয়ে বৰচিলা সাৰ্বজনীন ৰাস মন্দিৰত বন্তি প্ৰজ্বলন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা কৰে ৷

as_smg_03_pray_for_gogoi_vis_asc10079
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা

চামগুৰি,23 নৱেম্বৰ : গুৰুতৰ ভাৱে অসুস্থ হৈ জি এম চি এইচত চিকিৎসাধীন হৈ থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু-আৰোগ্য কামনা কৰি ৰাজ্যজুৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে সকলো ধৰ্মৰ লোকসকলে ৷ তাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা তিৱা স্বায়ত্ব পৰিষদৰ ৷ তিৱা স্বায়ত্ব পৰিষদৰ ধৰ্মেন্দ্ৰে নাথ বৰদলৈয়ে বৰচিলা সাৰ্বজনীন ৰাস মন্দিৰত বন্তি প্ৰজ্বলন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা কৰে ৷

২৭ খন গাঁৱৰ হৈ বন্তি প্ৰজ্বলন কৰি ভগৱানৰ ওচৰত সেৱা জনাই তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন CM ধৰ্মেন্দ্ৰে নাথ বৰদলৈয়ে । উল্লেখ্য যে ধৰ্মেন্দ নাথ বৰদলৈ ১৯ নং বৰচিলা সমষ্টিৰ তিৱা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৷

লগতে পঢ়ক: তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.