ETV Bharat / state

হিমন্তৰ মুখৰ কথাত গৃহীত নহয় 'কেব' : প্ৰফুল্ল কুমাৰ মহন্তৰ বিষ্ফোৰক মন্তব্য ! - কেন্দ্ৰীয় চৰকাৰৰ গৃহ দপ্তৰ

হিমন্ত কোনো কেবিনেটৰ সদস্য নহয়, হিমন্তৰ মুখৰ কথাত 'কেব' গৃহীত নহয় ৷ কেব সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰফুল্ল কুমাৰ মহন্তৰ ৷

PRAFULLA KUMAR MAHATNA'S REACTION ON CAB
author img

By

Published : Nov 16, 2019, 7:03 PM IST

Updated : Nov 16, 2019, 7:50 PM IST

বঢ়মপুৰ, নৱেম্বৰ 16 : নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্তব্য প্ৰদান প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৷ সংবাদ মাধ্যমৰ আগত মহন্তই কয় যে, হিমন্ত কোনো কেবিনেটৰ সদস্য নহয়, হিমন্তৰ মুখৰ কথাত 'কেব' গৃহীত নহয় 'কেব' সম্পৰ্কত হিমন্তৰ মন্তব্য গুৰুত্বহীন বুলিও মত ব্যক্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কেব সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰফুল্ল কুমাৰ মহন্তৰ

কামপুৰত শনিবাৰে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত এই বিষ্ফোৰক মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে নিজৰ স্থিতি স্পষ্ট কৰি মহন্তই কয় যে, অসম চুক্তি লাঘৱ হ'ব পৰা কোনো কথাতে তেওঁ সমৰ্থন কৰিব নোৱাৰে ৷ অসম আন্দোলনত 855 জন শ্বহীদ হোৱাৰ পাচত যিটো সিদ্ধান্ত হৈছিল সেই সিদ্ধান্তটো কেন্দ্ৰীয় চৰকাৰৰ গৃহ দপ্তৰে কাৰ্যকৰী নকৰি নতুন কৌশল অৱলম্বন কৰিছে বুলি মন্তব্য কৰে প্ৰফুল্ল কুমাৰ মহন্তই ৷

Intro:হিমন্ত কোনো কেবিনেটৰ সদস্য নহয়, হিমন্তৰ মুখৰ কথাত কেব গৃহীত নহয় ৷ এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৷

ANCHOR= হিমন্ত কোনো কেবিনেটৰ সদস্য নহয়, হিমন্তৰ মুখৰ কথাত কেব গৃহীত নহয় ৷ এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ৷বঢ়মপুৰৰ কামপুৰত প্ৰফুল্ল কুমাৰ মহন্তৰ বিস্ফোৰণ ৷ কেব সম্পৰ্কত হিমন্তৰ মন্তব্য গুৰুত্বহীন ৷ কামপুৰত শনিবাৰে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে তেঁও নিজৰ স্থিতিও স্পষ্ট কৰি কয় যে অসম চুক্তি লাঘৱ হব পৰা কোনো কথাতে সমৰ্থন কৰিব নোৱাৰে ৷ অসম আন্দোলনত ৮৫৫ জন শ্বহীদ হোৱাৰ পাছত যিটো সিদ্ধান্ত হৈছিল সেই সিদ্ধান্তটো কেন্দ্ৰীয় চৰকাৰৰ গৃহ দপ্তৰে কাৰ্যকৰী নকৰি নতুন কৌশল অৱলম্বন কৰিছে বুলি মন্তব্য কৰিছে ৷

BYTE= PK MAHANTA

Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
Last Updated : Nov 16, 2019, 7:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.