কলিয়াবৰ, 28 জুনঃ কলিয়াবৰ মহকুমাৰ নলতলিত স্থাপন কৰা অসম শক্তি বিতৰণ নিগম লিমিটেডৰ এক নৱ-নিৰ্মিত নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰ শুকুৰবাৰে উদ্বোধন কৰে কলিয়াবৰৰ বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই । দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনাৰ অন্তৰ্গত এই কেন্দ্ৰটোৱে কলিয়াবৰৰ বৃহৎ অঞ্চলটোত প্ৰয়োজনীয় বিদ্যুতৰ যোগান ধৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে । ২×৫ এম. ভি. এ. ৩৩/১১ কে.ভি.শক্তি সম্পন্ন এই উপ-কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত অসম শক্তি বিতৰণ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱাল,মুখ্য মহা প্ৰৱন্ধক ধ্ৰুৱজ্যোতি হাজৰিকা, দিপাংকৰ নাথ,কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ,মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস তথা শক্তি বিভাগৰ উচ্চ-পদস্থ বিষয়াবৰ্গ উপস্থিত থাকে।
মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত অনতি পলমে আন পাঁচটা উপ-কেন্দ্ৰ স্থাপন কৰাৰ লগতে জখলাবন্ধাৰ গৰুবন্ধাৰ শক্তি নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰটো পূৰ্ণ পৰ্যায়ৰ কেন্দ্ৰ ৰূপে গঢ় দিয়াৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে ।
কলিয়াবৰত শক্তি বিভাগৰ নিয়ন্ত্ৰণ আৰু বিতৰণ কেন্দ্ৰ মুকলি
অসম শক্তি বিতৰণ নিগম লিমিটেডৰ এক নৱ-নিৰ্মিত নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰ মুকলি ৷ কেন্দ্ৰটো উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ কলিয়াবৰত অনতি পলমে আন পাঁচটা উপ-কেন্দ্ৰ স্থাপন কৰাৰ কাম কাজ আৰম্ভ
কলিয়াবৰ, 28 জুনঃ কলিয়াবৰ মহকুমাৰ নলতলিত স্থাপন কৰা অসম শক্তি বিতৰণ নিগম লিমিটেডৰ এক নৱ-নিৰ্মিত নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰ শুকুৰবাৰে উদ্বোধন কৰে কলিয়াবৰৰ বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই । দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনাৰ অন্তৰ্গত এই কেন্দ্ৰটোৱে কলিয়াবৰৰ বৃহৎ অঞ্চলটোত প্ৰয়োজনীয় বিদ্যুতৰ যোগান ধৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে । ২×৫ এম. ভি. এ. ৩৩/১১ কে.ভি.শক্তি সম্পন্ন এই উপ-কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত অসম শক্তি বিতৰণ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱাল,মুখ্য মহা প্ৰৱন্ধক ধ্ৰুৱজ্যোতি হাজৰিকা, দিপাংকৰ নাথ,কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ,মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস তথা শক্তি বিভাগৰ উচ্চ-পদস্থ বিষয়াবৰ্গ উপস্থিত থাকে।
মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত অনতি পলমে আন পাঁচটা উপ-কেন্দ্ৰ স্থাপন কৰাৰ লগতে জখলাবন্ধাৰ গৰুবন্ধাৰ শক্তি নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰটো পূৰ্ণ পৰ্যায়ৰ কেন্দ্ৰ ৰূপে গঢ় দিয়াৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে ।
আৰম্ভ হৈছে বিভিন্ন উৎস আৰু আঁচনিৰ বিত্ত সাহায্যৰে বিদ্যুত সেৱাৰ উন্নয়নৰ কাম-কাজ
অসমৰ সামগ্ৰীক বিদ্যুত যোগানৰ বাবে আৱণ্টিত ধনৰ পৰিমাণ –
* এচিয়া আন্তঃ গাঁঠনি উন্নয়ন বেংকৰ ৩২৮৪ কোটি
* সৌভাগ্য আঁচনি ৭০০ কোটি
* সু-সংহত শক্তি উন্নয়ন আঁচনি ৩০০ কোটি
* ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ট্ৰেন্সফৰ্মাৰ অনান্য বিদ্যুত সা-সামগ্ৰীৰ বাবে ১০০ কোটি
জল সম্পদ, বিজ্ঞান-প্ৰযুক্তি, তথ্য-প্ৰযুক্তি বিভাগৰয মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে
অসম শক্তি বিতৰণ নিগম লিমিটেডৰ নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰ
উদ্বোধনী অনুষ্ঠানত অসম শক্তি বিতৰণ নিগমৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱালাBody:কলিয়াবৰ মহকুমাৰ নলতলিত স্থাপন কৰা অসম শক্তি বিতৰণ নিগম লিমিটেডৰ এক নৱ-নিৰ্মিত নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰ শুক্ৰবাৰে উদ্ধোধন কৰে কলিয়াবৰৰ বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই। দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনাৰ অন্তৰ্গত এই কেন্দ্ৰটোৱে কলিয়াবৰৰ বৃহৎ অঞ্চলটোৰ প্ৰয়োজনীয় বিদ্যুতৰ জোৰা মাৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে। ২×৫এম. ভি. এ. ৩৩/১১ কে. ভি. শক্তি সম্পন্ন এই উপ-কেন্দ্ৰটো উদ্বোধনী অনুষ্ঠানত অসম শক্তি বিতৰণ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱাল, মুখ্য মহা প্ৰৱন্ধক ধ্ৰুৱজ্যোতি হাজৰিকা, দিপাঙ্কৰ নাথ, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ, মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস তথা বিদ্যুত বিভাগৰ উচ্চ-পদস্থ বিষয়াবৰ্গ উপস্থিত থাকে।
সভাত সাধাৰণ আৰু বাণিজ্যক গ্ৰাহকৰ।প্ৰয়োজনীয় বিদ্যুত যোগানৰ সুবিধাৰ কাৰণে বিদ্যুত বিভাগে যাৱতীয় ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব বুলি জল সম্পদ মন্ত্ৰী তথা বিষয়াবৰ্গই সভাত অৱগত কৰে। মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত অনতি পলমে আন পাঁচটা উপ-কেন্দ্ৰ স্থাপন কৰাৰ লগতে জখলাবন্ধাৰ গৰুবন্ধাৰ শক্তি নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰটো পূৰ্ণ পৰ্য্যায়ৰ কেন্দ্ৰ ৰূপে গঢ় দিয়াৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে। যাৰ ফলত কলিয়াবৰৰ বিদ্যুত যোগানৰ সমস্যাৰ ওৰ পৰিব বুলি আশা প্ৰকাশ কৰে। অসম শক্তি বিতৰণ নিগমৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱালাই সমগ্ৰ অবিভক্ত নগাঁও জিলাত অনাগত সময়ছোৱাত মুঠ বিশটা শক্তি বিতৰণ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপনৰ লক্ষ্য লোৱা হৈছে বুলি কয়। আজিৰ সভাতেই পৰিচালন সঞ্চালক ৰাকেশ আগৰৱালাই জৰীপ আৰু ভূমি অধিগ্ৰহণৰ কাম খৰতকীয়াকৈ কৰিবলৈ মৌখিক নিৰ্দেশ দিয়ে। লগতে বিভিন্ন উৎস আৰু আঁচনিৰ পৰা পোৱা বিত্ত সাহায্যৰ জৰিয়তে অসমৰ বিদ্যুত বিভাগত ভালেমান নতুন আঁচনিৰ কাম-কাজ আৰম্ভ হৈছে বুলি জনায়।
Conclusion:visuals
bite keshab Mahata 1
rakesh agarwala 2