ETV Bharat / state

সুধাকণ্ঠৰ নামত উৎসৰ্গিত এখন চৰকাৰী উদ্যানৰ দুৰৱস্থা - কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ

কলিয়াবৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ(Public Health Engineering Department) কাৰ্যালয়ৰ চৌহদত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ(Dr Bhupen Hazarika) নামত উৎসৰ্গিত এখন উদ্যানৰ(Park) দুৰৱস্থা ৷ শৌচাগাৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী ৰখা ঠাই হিচাপে এই উদ্যানখন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

poor-condition-of-a-govt-park-at-kaliabor
চৰকাৰী উদ্যানৰ দুৰাৱস্থা
author img

By

Published : Sep 9, 2021, 11:30 AM IST

কলিয়াবৰ, 9 ছেপ্তেম্বৰ : এটা চৰকাৰী কাৰ্যালয়ত সুধাকণ্ঠৰ প্ৰতিমূৰ্তিক অৱমাননা ৷ 2013 চনত কলিয়াবৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ(Public Health Engineering Department) কাৰ্যালয়ৰ চৌহদত উৎসৰ্গিত কৰা হৈছিল সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ(Dr Bhupen Hazarika) নামত এখন উদ্যান(Park) ।

poor-condition-of-a-govt-park-at-kaliabor
চৰকাৰী উদ্যানৰ দুৰাৱস্থা

কিন্তু ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত এই উদ্যানখন কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে ব্যৱহাৰ কৰিছে ডাষ্টবিন হিচাপেহে । শৌচাগাৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী ৰখা স্থান হিচাপে ব্যৱহাৰ কৰিছে এই উদ্যানখন ।

চৰকাৰী উদ্যানৰ দুৰাৱস্থা

ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে কলিয়াবৰৰ বিভিন্ন দল-সংগঠন । শৌচাগাৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰীসমূহ ৰাখিবলৈ ঠাইৰ অভাৱ হোৱা বাবেই বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলে এই উদ্যানখনতে সামগ্ৰীসমূহ ৰখা বুলি অৱগত কৰে বিভাগীয় কৰ্মচাৰীয়ে ।

লগতে পঢ়ক: বিলাসী বাহনত গুৱাহাটীত সৰবৰাহ হয় চুলাই মদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.