ETV Bharat / state

নগাঁৱৰ ননৈৰ দীপ শইকীয়াই লাভ কৰিলে অষ্টম স্থান - ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়

নগাঁও জিলাৰ ননৈ কুমাৰগাঁৱৰ অনন্তৰাম শইকীয়া আৰু অনিমা শইকীয়াৰ পুত্ৰ দীপ শইকীয়াই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান দখল কৰি নগাঁৱৰ ননৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ সৰ্বমুঠ 586 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰগৰাকীয়ে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল নগাঁও ননৈৰ দীপ শইকীয়া
author img

By

Published : May 15, 2019, 2:51 PM IST

বঢ়মপুৰ , 15 মে': বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সফলতাৰ সমান্তৰালৰকৈ উজলি উঠিল নগাঁও জিলাৰ চৰকাৰী খণ্ডৰ বিদ্যালয় ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দীপ শইকীয়া ৷

নগাঁও জিলাৰ ননৈ কুমাৰগাঁৱৰ অনন্তৰাম শইকীয়া আৰু অনিমা শইকীয়াৰ পুত্ৰ দীপ শইকীয়াই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান দখল কৰি নগাঁৱৰ ননৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ সৰ্বমুঠ 586 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰগৰাকীয়ে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল নগাঁও ননৈৰ দীপ শইকীয়া

ইপিনে পুত্ৰৰ ফলাফলত উচুপি উঠিল ৰোগাক্ৰান্ত মাতৃ অনিমা শইকীয়াই ৷ বিজ্ঞান শাখাত অধ্যয়ন কৰি এজন সুদক্ষ অভিযন্তা হোৱাৰ আশা মনত পুহি ৰাখিছে বুলি জানিবলৈ দিয়ে মেধাৱী ছাত্ৰগৰাকীয়ে ৷ দীপ শইকীয়াই আজুৰি অনা সাফল্যত উৎফুল্লিত হৈ পৰে সমগ্ৰ ননৈ অঞ্চলৰ ৰাইজ ৷

Intro:Story = পোন প্ৰথম বাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল নগাঁৱৰ ননৈ অঞ্চলৰ দীপ শইকীয়া নামৰ মেধাৱী ছাত্ৰজন ।

Anchor = কেৱল চহৰতে নহয় গ্ৰাম্যাঞ্চলতো জিলিকি উঠিল ছাত্ৰ ছাত্ৰী ৷ ব্যক্তিগত খণ্ড বিদ্যালয়ৰ সফলতা সমান্তৰাল ভাৱে হাইস্কুল শিক্ষান্ত পৰিক্ষাত উজলি উঠিল নগাঁও জিলা চৰকাৰী খণ্ড বিদ্যালয় ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দীপ শইকীয়া ৷ ননৈ কুমাৰ গাঁৱৰ ছাত্ৰ জনে মুঠ ৫৮৬ নম্বৰ লাভ কৰি অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ মেধাৱী ছাত্ৰজনৰ পিতৃ অনন্ত শইকীয়া অৱসৰ প্ৰাপ্ত শিক্ষক লগতে মাতৃ অনিমা শইকীয়া ৰোগাগস্ত ৷

Body:V.O= নগাঁও জিলাৰ  ননৈ কুমাৰ গাঁৱৰ অনন্তৰাম শইকীয়া আৰু অনিমা শইকীয়া পুত্ৰ দীপ শইকীয়া আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত অষ্টম স্থান দখল কৰি নগাঁৱৰ ননৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰ গৰাকীয়ে । ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ণ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ অষ্টম স্থান লাভ কৰি সৰ্বমুঠ ৫৮৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰ গৰাকীয়ে । পুত্ৰৰ ফলাফলত উচুপি উঠিল অষ্টম স্থান প্ৰাপ্ত দীপ শইকীয়াৰ ৰোগাগ্ৰস্ত মাতৃ অনিমা শইকীয়া ৷ বিজ্ঞান শাখাত অধ্যয়ণ কৰি জীৱনৰ লক্ষ্য এজন সুদক্ষ অভিযন্ত্ৰা হোৱাৰ আশা মনত পুহি ৰাখিছে বুলি জানিবলৈ দিছে মেধাৱী ছাত্ৰ গৰাকীয়ে । পোন প্ৰথম বাৰৰ বাবে নগাঁও জিলাৰ ননৈ অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হৈ দীপ শইকীয়াই অজুৰি অনা সাফল্যত উৎফুল্লিত হৈ ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ঢোলে ডগৰে আনন্দৰ বণ্যা ৷ ইফালে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰী সকল আৰু ননৈ অঞ্চল বাসীয়ে মেধাৱী ছাত্ৰ গৰাকীক লৈ এক শুভাযাত্ৰা বাহিৰ কৰে ৷

Conclusion:Byte = পিতৃ ,মাতৃ আৰু স্থানীয় লোক, অধ্যক্ষ ৷

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.