ETV Bharat / state

এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰাকক্ষণত নগাঁও আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Aug 29, 2019, 7:31 PM IST

বৃহস্পতিবাৰে অৰ্ধ সামৰিক বাহিনীৰ উচ্চ পদস্থ বিষয়াৰ সৈতে নগাঁও আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক

নগাঁও আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক

নগাঁও,29 আগষ্টঃ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে মাজত মাত্ৰ এটা দিন ৷ এন আৰ চি ৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে নগাঁৱত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা । নগাঁৱত উপস্থিত হৈছে নিৰাপত্তাৰক্ষীৰ অতিৰিক্ত দহটা কোম্পানী । বৃহস্পতিবাৰে নগাঁও আৰক্ষী চাউনিৰ সভা কক্ষত নগাঁও জিলা আৰক্ষী বিষয়া আৰু অৰ্ধসামৰিক বাহিনীৰ উচ্চ পদস্থ বিষয়াৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । নগাঁও জিলাৰ মুঠ ১৮৩ টা এন আৰ চি সেৱাকেন্দ্ৰতে নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ কথা উল্লেখ কৰিছে নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে । নগাঁৱত শান্তি শৃংখলা অটুট থাকিব বুলি আশাবাদী আৰক্ষী অধীক্ষকজন । কোনো দুষ্টচক্ৰই অশান্তি বিয়পোৱাৰ চেষ্টা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে আৰক্ষী অধীক্ষকে ।

Intro:এন আৰ চি ৰ তালিকা প্ৰকাশ লৈ মাত্ৰ এটা দিন। নিৰাপত্তাক লৈ অৰ্ধ সামৰিক বাহিনীৰ উচ্চ পদস্থ বিষয়াৰে নগাওঁ আৰক্ষীৰ গুৰুত্বপূৰ্ণ বৈঠক।

Body:আৰু মাত্ৰ এটা দিন তাৰ পিছতেই প্ৰকাশ হব এন আৰ চিৰ চুড়ান্ত তালিকা। এন আৰ চি ৰ চুড়ান্ত তালিকা প্ৰকাশ ৰ বাবে নগাঁৱত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা। নগাঁৱত উপস্থিত হৈছে নিৰাপত্তাৰক্ষীৰ অতিৰিক্ত দহটা কোম্পানী। বৃহস্পতিবাৰে নগাওঁ আৰক্ষী চাউনিৰ সভা কক্ষত নগাওঁ জিলা আৰক্ষী বিষয়া আৰু অৰ্ধসামৰিক বাহিনীৰ উচ্চ পদস্থ বিষয়াৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। নগাওঁ জিলাৰ মুঠ ১৮৩ টা এন আৰ চি সেৱকেন্দ্ৰতে নিৰাপত্তাৰৰক্ষী মোতায়েন কৰাৰ কথা উল্লেখ কৰিছে নগাওঁ জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিয়ে। নগাঁৱত শান্তি শৃংখলা অটুট থাকিব বুলিও আশাবাদী আৰক্ষী অধীক্ষক। কোনো দুষ্টচক্ৰই অশান্তি বিয়পোৱাৰ চেষ্টা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে আৰক্ষী অধীক্ষকে।
bite, sp
---------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৯-৮-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.