ETV Bharat / state

পে'ট্ৰল পাম্পৰ পৰা তেলৰ বিপৰীতে ওলাল ক'লা পানী

লংকাৰ ইছলামবস্তিস্থিত অসম অইল ডিপোত তেলৰ বিপৰীতে ক'লা পানী ভৰোৱাৰ অভিযোগ এজন যুৱকৰ ৷

author img

By

Published : May 6, 2019, 7:24 PM IST

পে'ট্ৰল পাম্পৰ পৰা তেলৰ বিপৰীতে ওলাল ক'লা পানী

হোজাই, 6 মে' : আপোনাৰ মটৰচাইকেল বা চাৰিচকীয়া বাহন খনত পে'ট্ৰল পাম্পৰ পৰা তেল ভৰাওতে হওক সাৱধান, নহ'লে হ'ব পাৰে আপোনাৰ বাহন খন বিকল ৷

এনে এক ঘটনা সংঘটিত হ'ল হোজাই জিলাৰ লংকাৰ এটা পে'ট্ৰল পাম্পত ৷ সোমবাৰে লংকাৰ ইছলামবস্তিস্থিত অসম অইল ডিপোত নিজৰ মটৰচাইকেইলত 1000 টকাৰ ডিজেল ভৰাই এজন যুৱকে ৷ কিন্তু পে'ট্ৰল ভৰোৱাৰ পাচদিনাই বিকল হৈ পৰে যুৱকজনৰ চাৰিচকীয়া বাহনখন ৷ বিকল হৈ পৰা বাহনখন এটা গেৰেজত লৈ যোৱাৰ পাচতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ ডিজেলৰ ঠাইত ক'লা ৰঙৰ পানী ওলায় যুৱকজনৰ বাহনৰ পৰা ৷ ঘটনা সন্দৰ্ভত পে'ট্ৰল পাম্পটোৰ বিষয়াক যুৱকজনে অৱগত কৰে যদিও যুৱকজনৰ অভিযোগ মানি ল'বলৈ অমান্তি হয় পে'ট্ৰল পাম্পটোৰ কৰ্তৃপক্ষ ৷

Intro:হোজাই লংকা ডিপুৰ পৰা তেল ভৰাওতে গাড়ীৰ তেলৰ ট্ৰেংকীৰ পৰা ওলাল কলা ৰঙৰ পানী। Body:সাৱধান নিজৰ বাইক বা চাৰিচকীয়া বাহন খনত ডিপুৰ পৰা তেল ভৰাওতে হওক সাৱধান, নহলে হৱ পাৰে আপোনাৰ বাহন খন বিকল | তেনে এক ঘটনা সংঘটিত হল হোজাই জিলাৰ লংকাৰ তেল ডিপুত | ঘটনা সংক্ৰান্তত জানিব পৰা মতে, লংকাৰ ইছলাম বস্তি স্থিত অসম অইল ডিপুত জিঅ'ত কৰ্মৰত এজন যুৱকে নিজ কোম্পানীৰ বাহনত সদাই ভৰাই থকাৰ দৰে ভৰাইছিল ১০০০/- টকাৰ ডিজেল | ডিজেল ভৰাই যুৱকজনে কিছু দূৰ যোৱাৰ পিছতেই লাগিল কেনা | বিকল হৈ পৰিল চাৰিচকীয়ী বাহনখন | পিছত লংকাৰেই এটা গেৰেজত গাডীখন চোৱা চিতা কৰাত গাডীৰ তেলৰ ট্ৰেংকীৰ পৰা ওলাল কলা ৰঙৰ পানী | কিন্তু উক্ত ঘটনা সন্দৰ্ভত ডিপুৰ কৰ্তৃপক্ষক অৱগত কৰাত ডিপুৰ কৰ্তৃপক্ষই মানিৱলৈ অমান্তি হয় |

BYTE: ভুক্তভোগী যুৱক / ডিপুৰ মেনেজাৰ

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.