ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে কলিয়াবৰবাসী ৰাইজ - kaliabar

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ইক'-চেনচেটিভ জ'ন, কাজিৰঙা ৰাষ্ট্ৰীয় এনিমেল কৰিড'ৰ আৰু নুমলীগড় ৰিফাইনেৰীৰ ন' ডেভেলপমেণ্ট জ'ন ,চাৰিটা এনিমেল কৰিড'ৰ থকাৰ পাচতো আৰু পাঁচটা সংযোগ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে কলিয়াবৰৰ গৰিষ্ঠসংখ‍্যক লোক ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে কলিয়াবৰবাসী ৰাইজ
author img

By

Published : Jul 5, 2019, 9:45 AM IST

কলিয়াবৰ, 4 জুলাই : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ দাঁতিকাষৰীয়া ৰাইজক আগন্তুক সময়ছোৱাত অসম চৰকাৰৰ বন বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বলি হোৱাৰ আগতেই কলিয়াবৰবাসী ৰাইজক সচেতন কৰাৰ অৰ্থে বৃহস্পতিবাৰে জখলাবন্ধাৰ মিলন সংঘৰ প্ৰাংগনত এক সভা অনুষ্ঠিত হয় । সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ইক'-চেনচেটিভ জ'ন, কাজিৰঙা ৰাষ্ট্ৰীয় এনিমেল কৰিড'ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰৰ নতুন ডেভেলপমেণ্ট জ'নৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয় ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে কলিয়াবৰবাসী ৰাইজ

সভাত প্ৰকৃতিপ্ৰেমীক আতৰত ৰাখি কাজিৰঙা উদ‍্যান কৰ্তৃপক্ষই লোৱা এই সিদ্ধান্তক উপস্থিত ৰাইজে সমস্বৰে তীব্ৰ বিৰোধিতা কৰে । কাজিৰঙাৰ দাঁতিকাষৰীয়া জনবসতি অঞ্চলসমূহ ইক'-চেন্‌চেটিভ জ'নৰ পৰা বাহিৰত ৰখা, জীৱ-জন্তু পাৰ নোহোৱা স্থানসমূহ এনিমেল কৰিড'ৰত অন্তৰ্ভূক্ত নকৰা আৰু কোনো কাৰণতে যাতে কামাখ‍্যা, কুকুৰাকটা, বাঘচেৰ আৰু চিৰাং সংৰক্ষিত বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ লগত সংলগ্ন নকৰিবলৈ দাবী জনোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কলিয়াবৰৰ ৰাইজে ।

Intro:কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জখলবন্ধাত

প্ৰস্তাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ইক'-চেনচেটিভ জ'ন, কাজিৰঙা ৰাষ্ট্ৰীয় এনিমেল কৰিড'ৰ আৰু নুমলীগড় ৰিফাইনেৰীৰ ন' ডেভেলপমেণ্ট জ'ন

চাৰিটা এনিমেল কৰিড'ৰ থকাৰ পিচতো আৰু পাঁচটা সংযোগ কৰাৰ সিদ্ধান্তত অসন্তুষ্ট কলিয়াবৰৰ গৰিষ্ঠসংখ‍্যক লোক।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ দাঁতি কাষৰীয়া ৰাইজৰ সমস‍্যা সন্দৰ্ভত জখলাবন্ধাত ৰাজহুৱা সভা

অহা ৭ জুলাইত কলিয়াবৰ, বোকাখাট, নুমলীগড় প্ৰভূতি স্থানৰ প্ৰতিনিধিৰে বৃহৎ ৰাজহুৱা সভাBody:কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ দাঁতিকাষৰীয়া ৰাইজ আগন্তুক সময়ছোৱাত অসম চৰকাৰৰ বন বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বলি হোৱাৰ আগতেই কলিয়াবলীয়া ৰাইজক সচেতন কৰাৰ অৰ্থে বৃহস্পতিবাৰে জখলাবন্ধাৰ মিলন সংঘৰ প্ৰাঙ্গনত সভা অনুষ্ঠিত হয়। সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ইক'-চেনচেটিভ জ'ন, কাজিৰঙা ৰাষ্ট্ৰীয় এনিমেল কৰিড'ৰ আৰু নুমলগড় ৰিফাইনেৰীৰ ন' ডেভেলপমেণ্ট জ'নৰ বিষয়ে বিশদ আলোচনা হয়। সভাত তথাকথিত প্ৰকৃতিপ্ৰেমীৰ শ্ৰুতলিপিত কাজিৰঙা উদ‍্যান কৰ্তৃপক্ষই লোৱা এই সিদ্ধান্তৰ উপস্থিত ৰাইজে সমস্বৰে তীব্ৰ বিৰোধিতা কৰে। কাজিৰঙাৰ দাঁতিকাষৰীয়া জনবসতি অঞ্চলসমূহ ইক'-চেন্‌চেটিভ জ'নৰ পৰা বাহিৰত ৰখা, জীৱ-জন্তু পাৰ নোহোৱা স্থানসমূহ এনিমেল কৰিড'ৰত অন্তৰ্ভূক্ত নকৰা আৰু কোনো কাৰণতে যাতে কামাখ‍্যা, কুকুৰাকটা, বাঘচেৰ আৰু চিৰাং সংৰক্ষিত বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ লগত সংলগ্ন নকৰিবলৈ দাবী জনোৱাৰ লগতে ইয়াৰ ব‍্যতিৰেকে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিনিধিবৰ্গই।

১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰে ৪৩০ বৰ্গ কি.মি. মাটি-কালিৰে আগুৰা কাজিৰঙাক আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে। ১৯৮৫ চনত কাজিৰঙাক ইউনেস্কোৰ 'বিশ্ব ঐতিহ্যক্ষেত্ৰ' হিচাপে অন্তৰ্ভুক্ত কৰা হয়।Conclusion:visuals
bites
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.