নগাঁও, 25 জুলাই : যাত্ৰীবাহী বাছত মহিলাক অশালীন ব্যৱহাৰ । নগাঁৱত সংঘটিত হ'ল এই ঘটনা ৷ চলন্ত গাড়ীতেই মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ মোজাৱ হুছেইন নামৰ এজন যুৱকৰ বিৰুদ্ধে । চামগুৰিৰ পৰা নগাঁও অভিমুখে গৈ থকা এখন ট্ৰেভেলাৰত এগৰাকী মহিলাৰ কাষৰ আসনত বহি অশালীন ব্যৱহাৰ কৰে মোজাৱে ৷ বাছত থকা আন যাত্ৰীয়ে লগে লগে উত্তম মাধ্যম সোধায় যুৱকজনক । মহিলাগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে নগাঁৱৰ ইটাচলি আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে অভিযুক্ত মোজাৱ হুছেইনক ।
মহিলাক অশালীন ব্যৱহাৰ কৰি আটক এজন - ইটাচলি আৰক্ষী চকী
চলন্ত গাড়ীতেই মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ মোজাৱ হুছেইনৰ বিৰুদ্ধে ৷ বাছত থকা আন যাত্ৰীয়ে লগে লগে উত্তম মাধ্যম সোধায় যুৱকজনক । নগাঁৱৰ ইটাচলি আৰক্ষীয়ে আটক কৰে মোজাৱক
![মহিলাক অশালীন ব্যৱহাৰ কৰি আটক এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3937861-thumbnail-3x2-g.jpg?imwidth=3840)
মহিলাক অশালীন ব্যৱহাৰ কৰি আটক এজন
নগাঁও, 25 জুলাই : যাত্ৰীবাহী বাছত মহিলাক অশালীন ব্যৱহাৰ । নগাঁৱত সংঘটিত হ'ল এই ঘটনা ৷ চলন্ত গাড়ীতেই মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ মোজাৱ হুছেইন নামৰ এজন যুৱকৰ বিৰুদ্ধে । চামগুৰিৰ পৰা নগাঁও অভিমুখে গৈ থকা এখন ট্ৰেভেলাৰত এগৰাকী মহিলাৰ কাষৰ আসনত বহি অশালীন ব্যৱহাৰ কৰে মোজাৱে ৷ বাছত থকা আন যাত্ৰীয়ে লগে লগে উত্তম মাধ্যম সোধায় যুৱকজনক । মহিলাগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে নগাঁৱৰ ইটাচলি আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে অভিযুক্ত মোজাৱ হুছেইনক ।
Intro:যাত্ৰীবাহী বাছত পুনৰ মহিলাক অশালীন ব্যৱহাৰ।
Body:যাত্ৰীবাহী বাছত পুনৰ মহিলাক অশালীন ব্যৱহাৰৰ ঘটনা। এইবাৰ নগাঁৱত সংঘটিত হল এনে জঘন্য ঘটনা। চামুগুৰিৰ পৰা নগাওঁ অভিমুখে আহি থকা এখন ট্ৰেভেলাৰ গাড়ীত এগৰাকী মহিলাৰ কাষৰ আসনত বহিছিল চামুগুৰিৰ মোজাম্মিল নামৰ এজন যুৱক। চলন্ত গাড়ীতেই যুৱকজনে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ মোজাম্মিলৰ বিৰুদ্ধে। বাছত থকা আন যাত্ৰীয়ে লগে লগে উত্তম মাধ্যম সোধায় যুৱকজনক। মহিলাগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে নগাঁৱৰ ইটাচলি আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে অভিযুক্ত মোজাম্মিলক।
bite. গাড়ী চালক।
---------------/////------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৪-৭-১৯
Conclusion: