ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত এন এছ ইউ আইৰ প্ৰতিবাদ

author img

By

Published : Nov 11, 2020, 3:49 PM IST

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে এনএছইউআইৰ প্ৰতিবাদ ৷ প্ৰতিবাদস্থলীত ৰাজ্যৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰাৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্ন'গানেৰে উত্তাল কৰি তুলে সমগ্ৰ নগাঁও চহৰৰ ৰাজপথ ৷

NSUI protest at nagaon
মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত এন এছ ইউ আইৰ প্ৰতিবাদ

নগাঁও, 11 নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নগাঁৱত বুধবাৰে এনএছইউআইয়ে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ সাব্যস্ত কৰে এন এছ ইউ আইৰ নগাঁও মহাবিদ্যালয় গোটে ৷

NSUI protest at nagaon
ৰাজ্যৰ যোগান মন্ত্ৰী ফণীভুষন চৌধুৰীৰ পুৰ্তলীকা দাহ

প্ৰতিবাদস্থলীত ৰাজ্যৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰাৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্ন'গানেৰে উত্তাল কৰি তুলে সমগ্ৰ নগাঁও চহৰৰ ৰাজপথ ৷ ইফালে এনএছইউআই(NSUI) কৰ্মীয়ে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ অন্যতম ব্যৰ্থ মন্ত্ৰী বুলি অভিহিত কৰে ৷

লগতে পঢ়কঃসেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাঃ হাহাকাৰ বৰপেটাৰ আতচবাজী উদ্যোগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.