ETV Bharat / state

জাজৰি আৰক্ষীৰ অভিযানত জব্দ 200 লিটাৰ চুলাই

নগাঁও জিলাৰ জাজৰি আৰক্ষীয়ে অভিযান চলায় শনিবাৰে নিশা প্ৰায় 200 লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় কেইবাজনো সুৰামত্ত লোকক ৷

author img

By

Published : Aug 3, 2019, 11:59 PM IST

http://10.10.50.80:6060///finalout3/assam-nle/finalout/03-August-2019/4034002_fgh.mp4

নগাঁও, 3 আগষ্টঃ নগাঁও জিলাৰ জাজৰি আৰক্ষীয়ে এক অভিযান চলায় শনিবাৰে নিশা প্ৰায় 200 লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে কেইবাজনো সুৰামত্ত লোকক আটক কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে এই অভিযানত উক্ত ব্যৱসায়ৰ লগত জড়িত কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই জাজৰি আৰক্ষী । উল্লেখ্য যে, জাজৰি আৰক্ষীৰ অকৰ্মণ্যতাৰ বাবেই অঞ্চলটোত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অসামাজিক কাৰ্যকলাপৰ লগতে নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন । স্থানীয় ৰাইজে এই বিষয়ে আৰক্ষীক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছত অবশেষত শনিবাৰে গা লৰিল জাজৰি আৰক্ষীৰ ৷

Intro:নগাঁৱৰ জাজৰি অাৰক্ষীৰ অভিযানত জব্দ প্ৰায় ২০০ লি: চুলাই মদ।Body:স্বাধীনতা দিৱসলৈ মাজ মাঠো কেইটামান দিন বাকী থকাৰ সময়তে তৎপৰ হৈ পৰিছে পুলিচ প্ৰশাসন । নগাওঁ জিলাৰ জাজৰি অাৰক্ষীৰ অভিযানত শনিবাৰে নিশা জব্দ হয় প্ৰায় ২০০ লি: চুলাই মদ।অভিযানত জাজৰি অাৰক্ষীয়ে অাটক কৰে কেইবাজনো সুৰামত্ত লোকক । জাজৰিৰ চমুৱাগাঁও অাৰু ৰহঢলাত চলে এই সুৰা বিৰোধী অভিযান । এই অভিযানত বৰ্তমানলৈকে উক্ত ব্যৱসায়ৰ লগত জড়িত কোনো ব্যক্তিক অাটক কৰিবলৈ সক্ষম হোৱা নাই জাজৰি অাৰক্ষী । উল্লেখ্য যে জাজৰি আৰক্ষীৰ অকমন্যতাৰ বাবেই দিনক দিনে বৃদ্ধি পাব ধৰিছে অসামাজিক কাৰ্য্য কলাপৰ লগতে নিচাযুক্ত দ্রব্যৰ অবাধ প্ৰচলন । স্হানীয় ৰাইজে অঞ্চলটোত চলি থকা অবাধ মদৰ প্ৰচলনে উঠি অহা নবপ্ৰজন্মৰ জীৱন ধ্বংস কাৰৰ লগতে সমাজ ব্যৱস্থাক কলুষিত কৰি থকা বুলি আৰক্ষীক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছত অবশেষত গা লৰিল জাজৰি আৰক্ষীৰ । আৰক্ষীয়ে বৃহৎ পৰিমাণৰ মদ জব্দ কৰি পিছত নষ্ট কৰে । ______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.